🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 4 Enviroment Chapter 19 MCQ Answer | উপকাৰী পতংগবোৰ | MCQ

Chapter 19

উপকাৰী পতংগবোৰ

১। অসমৰ কি সূতা পৃথিৱী বিখ্যাত ?

(ক) মুগা সূতাৰ

(খ) নুনি সূতাৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) মুগা সূতাৰ

২। ফুলে ফুলে ফুৰি মৌ-মাখিয়ে ফুলৰ কি ঘটায় ?

(ক) পৰাগযোগ ঘটায়

(খ) মৌ তৈয়াৰ কৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পৰাগযোগ ঘটায়

৩। লা-কীটৰ ক্ষৰণ হোৱা এবিধ পদাৰ্থ কি ?

(ক) প্ৰাকৃতিক ৰস

(খ) প্ৰাকৃতিক আঠা

(গ) প্ৰাকৃতিক বাকলি

উত্তৰঃ (খ) প্ৰাকৃতিক আঠা

৪। ফুলে ফুলে ঘূৰি ফুৰি মৌ-মাখিয়ে ফুলৰ ঘটায়।

(ক) পৰাগযোগ

(খ) লা-কীটৰ

(গ) পলিচ কৰা

উত্তৰঃ (ক) পৰাগযোগ

৫। কোনটো পতংগৰ পৰা কাপোৰ বৱ পৰা সূতা তৈয়াৰ হয়?

(ক) ৰেচম চকৰীৰ লেটাৰ

(খ) মৌ-মাখি

(গ) লা-কীট

উত্তৰঃ (ক) ৰেচম চকৰীৰ লেটাৰ

৭। মৌ-জোল এবিধ অতি উত্তম খাদ্যৰ লগতে আৰু কি?

(ক) পৰাগ

(খ) ঔষধ

(গ) লা-কীটৰ ক্ষৰণলা-কীটৰ ক্ষৰণ

উত্তৰঃ (খ) ঔষধ

৮। লা-কীটৰ পৰা ক্ষৰণ হোৱা লা এবিধ প্ৰাকৃতিক আঠা এইবিধ কিহত ব্যৱহাৰ কৰা হয়।

(ক) সূতা তৈয়াৰ হয়

(খ) পলিচ কৰা কামত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) পলিচ কৰা কামত

৯। মৌ-মাখিয়ে ফুলৰ পৰা মৌ শোষণ কৰি মৌ-বাহত জমা কৰে। সেই ফুলৰ ৰসৰ পৰা কি তৈয়াৰ হয়।

(ক) মৌজোল

(খ) আঠা জাতীয় ৰস

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) মৌজোল

১০। মানুহৰ লগতে প্ৰাকৃতিৰ উপকাৰত অহা পতংগ দুবিধৰ নাম লিখা?

(ক) ৰেচম চকৰী আৰু মৌ-মাখি

(খ) ক্ষৰণ আৰু লা-কীট

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ৰেচম চকৰী আৰু মৌ-মাখি

১১। কিহৰ কাৰণে ফুলৰ পৰা ফল হয়?

(ক) মৌ-মাখিয়ে ফুলৰ পৰাগযোগ ঘটায়

(খ) বৰলে ফুলৰ পৰাগযোগ ঘটায়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) মৌ-মাখিয়ে ফুলৰ পৰাগযোগ ঘটায়

 Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop