SVN Class 4 Enviroment Chapter 2 MCQ Answer | সৌৰজগত আৰু প্ৰাকৃতিক পৰিৱেশ

Chapter 2

সৌৰজগত আৰু প্ৰাকৃতিক পৰিৱেশ

১। আমি বাস কৰা পৃথিৱীখন কি?

(ক) সৌৰজগতৰ এটি গ্ৰহ

(খ) এটা ধুমকেতু

(গ) এটা উল্কা পিন্ড

উত্তৰঃ (ক) সৌৰজগতৰ এটি গ্ৰহ

২। সূৰ্য সৌৰজগতৰ কি ?

(ক) আধাৰ

(খ) সম্পূৰ্ণ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) আধাৰ

৩। দূৰত্ব হিচাপত সূৰ্য পৰা পৃথিৱীৰ স্থান কেই নম্বৰত ?

(ক) প্ৰথম

(খ) দ্বিতীয়

(গ) তৃতীয়

উত্তৰঃ (গ) তৃতীয়

৪। সৌৰজগতত মুঠতে কেইটা গ্ৰহ আছে ?

(ক) ৫ টা

(খ) ৮ টা

(গ) ৭ টা

উত্তৰঃ (খ) ৮ টা

৬। কাৰ সৈতে সকলোবোৰ গ্ৰহক একেলগে সৌৰজগত বোলে ?

(ক) সূৰ্য সৈতে

(খ) শনি সৈতে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) সূৰ্য সৈতে

৭। পৃথীৱীখন সূৰ্যৰ পৰা কিমান দূৰত অৱস্থিত ?

(ক) ৫ কোটি কিলোমিটাৰ

(খ) ১৫ কোটি কিলোমিটাৰ

(গ) ৭ কোটি কিলোমিটাৰ

উত্তৰঃ (খ) ১৫ কোটি কিলোমিটাৰ

(৮) পৃথিৱীৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি?

(ক) বুধ

(খ) বৃহস্পতি

(গ) শনি

উত্তৰঃ (ক) বুধ

(৯) সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি?

(ক) শুক্ৰ

(খ) নেপচুন

(গ) শনি

উত্তৰঃ (খ) নেপচুন

(১০) সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি?

(ক) বুধ

(খ) বৃহস্পতি

(গ) শুক্ৰ

উত্তৰঃ (খ) বৃহস্পতি

Type: Pompi Hazarika

0
    0
    Your Cart
    Your cart is emptyReturn to Shop