🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 4 Enviroment Chapter 20 MCQ Answer | উপকাৰী তৃণবোৰ | MCQ

Chapter 20

উপকাৰী তৃণবোৰ

১। সৰু সৰু উদ্ভিদৰ প্ৰজাতি বোৰক কি জাতীয় উদ্ভিদ বোলে ?

(ক) তৃণ ঘাঁহ জাতীয় উদ্ভিদ

(খ) তৃণ জাতীয় উদ্ভিদ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) তৃণ ঘাঁহ জাতীয় উদ্ভিদ

২। ফুল নুফুলা উদ্ভিদ

(ক) ঢেঁকীয়া

(খ) আকাশী লতা

(গ) জলকীয়া

উত্তৰঃ (ক) ঢেঁকীয়া

৩। ডাঙৰ গছৰ ডালত গজা উদ্ভিদ ।

(ক) আকাশী লতা

(খ) কপৌ ফুল

(গ) নাহৰ ফুল

উত্তৰঃ (খ) কপৌ ফুল

৪। নিজে আহাৰ তৈয়াৰ কৰিব নোৱাৰা উদ্ভিদ ।

(ক) কপৌ ফুল

(খ) আকাশী লতা

(গ) ঢেঁকীয়া

উত্তৰঃ (খ) আকাশী লতা

৫। শেলায়ে নিজৰ গাত আহাৰ তৈয়াৰ কৰিব নোৱাৰে ।

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) অশুদ্ধ

৬। আকাশী লতাই অইন উদ্ভিদৰ পৰা আহাৰ শুহি লয় ।

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ

৭। পদুম-ভেট, মেটেকা আদি মাটিত গজা উদ্ভিদ ।

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) অশুদ্ধ

৮। সূৰ্যৰ পোহৰত শক্তি থাকে।

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ

৯। শাল, চেগুন আদি তৃণ জাতীয় উদ্ভিদ ।

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) অশুদ্ধ

১০। দুবিধ ক্ষুদ্ৰ উদ্ভিদ নাম লিখা ।

(ক) মচ, শেলাই

(খ) নাহৰ ,আম

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) মচ, শেলাই

 Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop