🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 4 Enviroment Chapter 21 MCQ Answer | অৰণ্যৰ গাঁথনি | MCQ

Chapter 21

অৰণ্যৰ গাঁথনি

১। অৰণ্য দেখিবলৈ কেনেকুৱা ?

(ক) নীলা

(খ) সেউজীয়া

(গ) বগা

উত্তৰঃ (খ) সেউজীয়া

২। উদ্ভিদ সমুহক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি ?

(ক) ১ টা চিৰসেউজ উদ্ভিদ

(খ) ২ টা চিৰসেউজীয়া উদ্ভিদ আৰু অৰ্দ্ধ চিৰসেউজ উদ্ভিদ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ২ টা চিৰসেউজীয়া উদ্ভিদ আৰু অৰ্দ্ধ চিৰসেউজ উদ্ভিদ

৩। চিৰসেউজ উদ্ভিদত গোটেই বছৰটো কিহেৰে ভৰি থাকে ?

(ক) সেউজীয়া পাতেৰে ভৰি থাকে

(খ) বগা পাতেৰে ভৰি থাকে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) সেউজীয়া পাতেৰে ভৰি থাকে

৪। কিমান উদ্ভিদ অৰণ্যত দেখা যায়?

(ক) শ শ প্ৰজাতিৰ উদ্ভিদ

(খ) হাজাৰ প্ৰজাতিৰ উদ্ভিদ

(গ) লাখ প্ৰজাতিৰ উদ্ভিদ

উত্তৰঃ (ক) শ শ প্ৰজাতিৰ উদ্ভিদ

৫। উদ্ভিদবোৰক কেইটা ভাগত ভগাব পাৰি?

(ক) দুটা ভাগত

(খ) তিনিটা ভাগত

(গ) চাৰিটা ভাগত

উত্তৰঃ (ক) দুটা ভাগত

৬। চিৰসেউজ উদ্ভিদ গোটেই বছৰটো কি হয় থাকে?

(ক) শুকান পাতেৰে ভৰি থাকে

(খ) সেউজীয়া পাতেৰে ভৰি থাকে

(গ) কুঁহি পাতেৰে ভৰি থাকে

উত্তৰঃ (খ) সেউজীয়া পাতেৰে ভৰি থাকে

৭। অৰ্দ্ধচিৰসেউজ উদ্ভিদবোৰ কোনকেইটা দিনত লঠঙা হৈ পৰে?

(ক) শীতল দিন

(খ) বসন্ত দিন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) শীতল দিন

৮। দুবিধ চিৰসেউজ উদ্ভিদৰ নাম লিখা?

(ক) আঁহত আৰু বকুল

(খ) নাৰিকল আৰু আম

(গ) লিচু আৰু বগৰী

উত্তৰঃ (খ) নাৰিকল আৰু আম

৯। দুবিধ অৰ্দ্ধচিৰসেউজ উদ্ভিদৰ নাম লিখা?

(ক) আঁহত আৰু বকুল

(খ) নাৰিকল আৰু আম

(গ) লিচু আৰু বগৰী

উত্তৰঃ (ক) আঁহত আৰু বকুল

১০। অৰ্দ্ধচিৰসেউজ উদ্ভিদবোৰ শীতৰ দিন কেইটাত পাত সৰি কি হৈ পৰে।

(ক) চিৰসেউজ

(খ) লঠঙা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) লঠঙা

 Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop