SVN Class 4 Enviroment Chapter 4 MCQ Answer | পৃথিৱীত জীৱৰ বিচৰণৰ আৰম্ভণি

Chapter 4

পৃথিৱীত জীৱৰ বিচৰণৰ আৰম্ভণি

১। পৃথিৱীৰ প্ৰথম জীৱ বুলি কাক ধৰা হয় ?

(ক) মানুহক

(খ) (নীল সেউজীয়া ) শেলাইবোৰক

(গ) গৰু, ছাগলী বোৰক

উত্তৰঃ (খ) (নীল সেউজীয়া ) শেলাইবোৰক

২। শেলাই বোৰ কেনেকুৱা ঠাইত গজে ?

(ক) জেঁকা বা পানী থকা ঠাইত

(খ) শুকান ঠাইত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) জেঁকা বা পানী থকা ঠাইত

৩। শেলাইৰ দেহত কি থাকে ?

(ক) পানী থাকে

(খ) পত্ৰহৰিৎ থাকে

(গ) কাৰ্বন-ডাই-অক্সাইড থাকে

উত্তৰঃ (খ) পত্ৰহৰিৎ থাকে

৪। একেবাৰে শেষত পৃথিৱীৰ বাসিন্দা কোন ?

(ক) মানুহ

(খ) শেলাই

(গ) গৰু আৰু ছাগলী

উত্তৰঃ (ক) মানুহ

৫। মানুহ পৃথিৱীৰ কি জীৱ ?

(ক) উওম জীৱ

(খ) প্ৰথম জীৱ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) উওম জীৱ

৬। মানুহ কি প্ৰাণী ?

(ক) সৰল প্ৰাণী

(খ) সামাজিক প্ৰাণী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) সামাজিক প্ৰাণী

৭। কোনে সমাজ পাতি বসবাস কৰিব পাৰে?

(ক) মানুহে

(খ) বান্দৰে

(গ) এটাও নহয়

উত্তৰঃ (ক) মানুহে

৮। শেলাই নিজৰ আহাৰ নিজে তৈয়াৰ কৰে নে নকৰে?

(ক) কৰে

(খ) নকৰে

(গ) এটাও নহয়

উত্তৰঃ (ক) কৰে

৯। শেলাইৰ লগত আৰু কি আবিৰ্ভাৱ হৈছিল?’

(ক) ক্ষুদ্ৰ প্লাৱক

(খ) ভেকুৰ

(গ) এটাও নহয়

উত্তৰঃ (ক) ক্ষুদ্ৰ প্লাৱক

১০। সেউজীয়া উদ্ভিদক কি বোলা হয়?

(ক) স্বপোষী

(খ) পৰপোষী

(গ) এটাও নহয়

উত্তৰঃ (ক) স্বপোষী

Type: Pompi Hazarika

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop