SVN Class 4 Enviroment Chapter 5 MCQ Answer | পৃথিৱীৰ পানী ভাগ ক’ত থাকে

Chapter 5

পৃথিৱীৰ পানী ভাগ ক’ত থাকে

১। পৃথিৱী খনৰ কিমান ভাগ পানী আছে ?

(ক) এভাগ

(খ) তিনিভাগ

(গ) সাতভাগ

উত্তৰঃ (গ) সাতভাগ

২। পৃথিৱীখনৰ কিমান ভাগ মাটি ?

(ক) এভাগ

(খ) সাতভাগ

(গ) তিনিভাগ

উত্তৰঃ (ক) এভাগ

৩। সাগৰ মহাসাগৰৰ পানী কি ?

(ক) লুণীয়া

(খ) গৰম

(গ) চেচাঁ

উত্তৰঃ (ক) লুণীয়া

৪। পানীয়ে জীৱৰ কি ?

(ক) প্ৰাণ

(খ) খাদ্য

(গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ (ক) প্ৰাণ

৫। পৰ্বতৰ বৰফ গলিলে কি তৈয়াৰ হয়?

(ক) পানী

(খ) বৰফ

(গ) এটাও নহয়

উত্তৰঃ (ক) পানী

৬। ভাৰতৰ বিখ্যাত নদী কেইখন?

(ক) দুখন

(খ) তিনিখন

(গ) চাৰিখন

উত্তৰঃ (গ) চাৰিখন

৭। সাধাৰণতে শীতল পানীৰ সোঁতৰ উৎপত্তি হয়—

(ক) মেৰু অঞ্চলত,

(খ) নিৰক্ষীয় অঞ্চলত

(গ)এটাও নহয়

উত্তৰঃ (ক) মেৰু অঞ্চলত,

৮। দিনটোত দুবাৰ সাগৰৰ পানীৰ উঠা-নমা কৰাকে –

(ক) সাগৰীয় সোঁত

(খ) ঢৌ বোলে

(গ) জোৱাৰ-ভাটা

উত্তৰঃ (গ) জোৱাৰ-ভাটা

৯। চুনামী শব্দৰ অৰ্থ হ’ল—

(ক) ভূমিকম্প

(খ) সাগৰৰ ঢৌ

(গ) পোতাশ্ৰয়ৰ ঢৌ

উত্তৰঃ (গ) পোতাশ্ৰয়ৰ ঢৌ

১০। সাঁতুৰিব পৰা সাগৰীয় প্ৰাণীবোৰ—

(ক) নেক্‌টন

(খ) বেনথ’জ

(গ) প্লেংকটন শ্ৰেণীৰ

উত্তৰঃ (খ) বেনথ’জ

Type: Pompi Hazarika

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping