SVN Class 4 Enviroment Chapter 6 MCQ Answer | জৈৱ বৈচিত্ৰ্য

Chapter 6

জৈৱ বৈচিত্ৰ্য

১। পৃথিৱীৰ বুকুত ক্ৰমে মাটি, পানী আৰু বায়ুত থকা সকলো জীৱকে একেলগে কি বোলে ?

(ক) পাহাৰ বোলে

(খ) জৈৱ বৈচিত্ৰ্য বোলে

(গ) পৰিবেশ বোলে

উত্তৰঃ (খ) জৈৱ বৈচিত্ৰ্য বোলে

২। স্থান আৰু কাল ভেদে জৈৱ বৈচিত্ৰ্যৰ কি হয়?

(ক) কম বেছি হয়

(খ) গৰম হয়

(গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ (ক) কম বেছি হয়

৩। জৈৱ-বৈচিত্ৰ্য মানুহৰ কি ?

(ক) বায়ু

(খ) জীৱন বাটৰ সাৰথি

(গ) পানী

উত্তৰঃ (খ) জীৱন বাটৰ সাৰথি

৪। পৃথিৱীত উদ্ভিদ আৰু প্ৰাণী সমূহৰ কিমান বিধ প্ৰজাতি আছে ?

(ক) এক হাজাৰ প্ৰজাতি আছে

(খ) ন হাজাৰ প্ৰজাতি আছে

(গ) অলেখ প্ৰজাতি আছে

উত্তৰঃ (গ) অলেখ প্ৰজাতি আছে

৫। প্ৰত্যেক প্ৰজাতিৰে খাদ্য অভ্যাসৰ লগতে আৰু কি বেলেগ বেলেগ ?

(ক) স্বভাৱ চৰিত্ৰ

(খ) টোপনি যোৱা

(গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ (ক) স্বভাৱ চৰিত্ৰ

৬। জৈৱ বৈচিত্ৰ্য প্ৰাকৃতিক ভাৰসাম্যতাৰ কি ?

(ক) অপৰিহাৰ্য অংগ

(খ) দেহৰ অংগ

(গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ (ক) অপৰিহাৰ্য অংগ

৭। জীৱ বিচিত্ৰতাৰ সংৰক্ষণৰ প্ৰয়োজন হৈছে

(ক) জীৱ জন্তুৰ কাৰণে

(খ) জীৱ জন্তু আৰু উদ্ভিদৰ কাৰণে

(গ) উদ্ভিদৰ কাৰণে

(ঘ) সকলো জীৱৰ কাৰণে

উত্তৰঃ (ঘ) সকলো জীৱৰ কাৰণে

৮। অসুৰক্ষিত প্ৰজাতি বোৰ হল

(ক) যিয়ে আনক ভয় খুৱাই

(খ) সিংহ আৰু বাঘ

(গ) বিলুপ্তিৰ পথত আগবাঢ়িছে

উত্তৰঃ (গ) বিলুপ্তিৰ পথত আগবাঢ়িছে

৯। তলৰ কোনটো উদ্দেশ্যৰ কাৰণে ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য বোৰ স্থাপন কৰা হৈছে –

(ক) সংৰক্ষণ

(খ) চিকাৰ

(গ) আমোদ – প্ৰমোদ

উত্তৰঃ (ক) সংৰক্ষণ

১০। জৈৱ – বৈচিত্ৰ্য তলৰ কোনটো অঞ্চলত অধিক

(ক) ক্ৰান্তীয় অঞ্চল

(খ) মেৰু অঞ্চল

(গ) সমতলীয় অঞ্চল

উত্তৰঃ (ক) ক্ৰান্তীয় অঞ্চল

১১। তলৰ কোনখন দেশত বিশ্ব সন্মিলন ( sumit ) অনুষ্ঠিত হৈছিল-

(ক) যুক্ত ৰাজ্য ( U . K )

(খ) মেক্সিকো ( maxico

(গ) ব্ৰাজিল ( ৰিঅ’ – ডি জেনেৰিয় চহৰত ) ( brazil )

উত্তৰঃ (গ) ব্ৰাজিল ( ৰিঅ’ – ডি জেনেৰিয় চহৰত ) ( brazil )

Type: Pompi Hazarika

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping