SVN Class 4 Enviroment Chapter 8 MCQ Answer | বায়ুমণ্ডল

Chapter 8

বায়ুমণ্ডল

১। পৃথিৱীৰ খোলাটো কিহে আগুৰি আছে ?

(ক) পানীয়ে আগুৰি আছে

(খ) মাটিয়ে আগুৰি আছে

(গ) বায়ুমণ্ডলে আগুৰি আছে

উত্তৰঃ (গ) বায়ুমণ্ডলে আগুৰি আছে

২। আমি পৃথিৱীৰ কত বাস কৰো ?

(ক) থোৰ্মোস্ফিয়াৰত

(খ) এক্স’জচস্ফিয়াৰত

(গ) ট্ৰপ’স্ফিয়াৰত

উত্তৰঃ (গ) ট্ৰপ’স্ফিয়াৰত

৩। আমাক সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া মাৰাত্ম ৰশ্মিৰ পৰা কোনো ৰক্ষা কৰে ?

(ক) মেচ’স্ফিয়াৰ ৰে

(খ) বায়ুমণ্ডলে

(গ) ষ্ট্ৰেট’স্ফিয়াৰ

উত্তৰঃ (খ) বায়ুমণ্ডলে

৪। এই বেঙুনীয়া ৰশ্মি জীৱজগতৰ বাবে কি ?

(ক) ক্ষতি কাৰক

(খ) অক্ষতি কাৰক

(গ) আৰাম দায়ক

উত্তৰঃ (ক) ক্ষতি কাৰক

৫। পৃথিৱীৰ গড় উষ্ণতা কিমান ?

(ক) ১৫ ছেণ্টিগ্ৰেড

(খ) ১৬ ছেণ্টিগ্ৰেড

(গ) ১২ ছেণ্টিগ্ৰেড

উত্তৰঃ (ক) ১৫ ছেণ্টিগ্ৰেড

৬। জীৱবোৰে আৰু উদ্ভিদৰ শিপাই কৰ পৰা অক্সিজেন লাভ কৰে ?

(ক) মাটিৰ পৰা

(খ) মাটিৰ ফাঁকত থকা বায়ুমণ্ডলৰ পৰাই অক্সিজেন লাভ কৰে

(গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ (খ) মাটিৰ ফাঁকত থকা বায়ুমণ্ডলৰ পৰাই অক্সিজেন লাভ কৰে

৭। বায়ুমণ্ডলত কেইটা তৰপ আছে?

(ক) পাঁচটা তৰপ

(খ) দুটা তৰপ

(গ) চাৰিটা তৰপ

উত্তৰঃ (ক) পাঁচটা তৰপ

৮। কিহে পৃথিৱীৰ প্ৰয়োজনীয় উষ্ণতা বৰ্তাই ৰাখে

(ক) মাটিয়ে

(খ) বায়ুমণ্ডলে

(গ) পানীয়ে

উত্তৰঃ (খ) বায়ুমণ্ডলে

৯। বায়ুমণ্ডল কিমান উচ্চতালৈ বিস্তৃত ?

(ক) ১০,০০০ কিলোমিটাৰ

(খ) ১১,০০০ কিলোমিটাৰ

(গ) ১৫,০০০ কিলোমিটাৰ

উত্তৰঃ (ক) ১০,০০০ কিলোমিটাৰ

১০। ভূ -পৃষ্ঠৰ পৰা কিমান উচ্চতা পর্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে থাকে ?

(ক) ৬০ কিলোমিটাৰ

(খ) ৮০ কিলোমিটাৰ

(গ) ৯৬ কিলোমিটাৰ

উত্তৰঃ (খ) ৮০ কিলোমিটাৰ

১১। বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেন কিমান থাকে ?

(ক) ২০ . ৯৪ %

(খ) ২৯ . ০১ %

(গ) ৩২ . ৪৭ %

উত্তৰঃ (ক) ২০ . ৯৪ %

১২। বায়ুপ্রবাহৰ মূল কাৰণটো হ ‘ ল —

(ক) আদ্রর্তাৰ তাৰতম্য

(খ) চাপৰ তাৰতম্য

(গ) মাধ্যাকর্ষণ শক্তি

উত্তৰঃ (খ) চাপৰ তাৰতম্য

Type: Pompi Hazarika

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping