🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 4 Ramayanar Sadhu | Chapter 8 | ৰামক বুজাবলৈ ভাৰতৰ আগমন | MCQs |

Chapter 8

ৰামক বুজাবলৈ ভাৰতৰ আগমন

১) ৰথ লৈ সুমন্ত্ৰ ক’ত উপস্থিত হ’ল ?

(ক) শৃঙ্গৱেৰপুৰ

(খ) অযোধ্যাত

(গ) মিথিলা

উত্তৰঃ (গ) মিথিলা

২)  সুমন্ত্ৰ ৰজা দশৰথক কাৰ বনগমনৰ বাতৰি জনালে ?

(ক) ৰামৰ

(খ) ভৰতৰ

(গ) কৈকেই

উত্তৰঃ (ক) ৰামৰ

৩) ভৰতে ৰামক বিচাৰি ক’লৈ যাত্ৰা কৰিছিল ?

(ক) চিত্ৰকূটলৈ

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) শৃঙ্গৱেৰপুৰ

উত্তৰঃ (ক) চিত্ৰকূটলৈ

৪) কোন ৰজায়ে ‘হা ৰাম’, ‘হা ৰাম’ বুলি কৈ অৱশেষত মৃত্যু হৈছিল?

(ক) জনকৰ

(খ) দশৰথ

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) দশৰথ

৫) কোনে মন্থৰা  ৰাজমহলৰ পৰা উলিয়াই দিলে ?                    

(ক) শত্ৰুধ্নে

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) ৰামে

উত্তৰঃ (ক) শত্ৰুধ্নে

৬) ভৰতে কাক দাহ-সংস্কাৰ কৰিলে ?

(ক) মাতৃ

(খ) মোমায়েক

(গ) পিতাকৰ

উত্তৰঃ (গ) পিতাকৰ

৭) কোনে পিতাকৰ সিংহাসনত নবহিবলৈ স্থিৰ কৰিলে ?

(ক) ৰামে

(খ) ভৰতে

(গ) লক্ষ্মণে

উত্তৰঃ (খ) ভৰতে

৮) ভৰতৰ লগত কোন চিত্ৰকূটলৈ গৈছিল ?

(ক) তিনিগৰাকী মাক

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) বহুতো প্ৰজা

উত্তৰঃ (গ) বহুতো প্ৰজা

৯) কোনে খঙৰে ভৰতক মাৰিবলৈ ধনু তুলি ল’লে ?

(ক) লক্ষ্মণে

(খ) ৰামে

(গ) শত্ৰুঘ্নে

উত্তৰঃ (ক) লক্ষ্মণে

১০) ভৰতে পিতাকৰ কি কৰিলে ?

(ক) দাহ- সংস্কাৰ কৰিলে

(খ) পিতাক মাৰিলে

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) দাহ- সংস্কাৰ কৰিলে

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop