তথ্যৰ ব্যৱহাৰ । Class 8 Mathematics Lesson 5.1 Solution Assam | অষ্টম শ্ৰেণীৰ বাবে তথ্যৰ ব্যৱহাৰ পাঠটো প্ৰশ্ন আৰু উত্তৰ ।

অনুশীলনী 5.1

1. অষ্টম শ্ৰেণীৰ 46 জন ছাত্ৰ-ছাত্ৰীৰ  বগা, ৰঙা, ক’লা আৰু হালধীয়া এই ৰং চাৰিটাৰ কোনে কোনটো ৰং ভাল পায় সেয়া তলৰ তালিকাত দেখুওৱা হ’ল। প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীয়ে যিকোনো এটাহে প্ৰিয় ৰং হিচাপে ল’ব পাৰিব আৰু ৰং চাৰিটা ক্ৰমে W, R, B আৰু Y ৰে চিহ্নিত কৰা হৈছে।

W, R, R, Y, B, B, B, Y, R, W, W, R

Y, B, B, Y, B, R, R, W, B, B, R, Y

Y, B, W, Y, Y, R, W, W, R, R, B, B

R, Y, B, W, W, B, Y, B, W, W

দাগচিহ্ন ব্যৱহাৰ কৰি এখন বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰা। ইয়াক ব্যাখ্যা কৰিবলৈ এডাল দণ্ডলেখ অংকণ কৰা।

সমাধানঃ বাৰংবাৰতাৰ তালিকাঃ

 

দাগচিহ্নঃ

2. জোনাকী আত্মসহায়ক গোট’ৰ 35 জন সদস্যৰ প্ৰতি মাহৰ জমা (টকাত) তলত দিয়া ধৰণৰঃ

110, 125, 110, 140, 150, 150, 150, 110, 180, 180, 110

140, 140, 120, 120, 120, 140, 140, 170, 175, 175, 145

145, 140, 175, 120, 125, 130, 135, 135, 155, 145, 145

175, 185.

 110-120, 120-130, 130-140… আদি অন্তৰাল লৈ দাগচিহ্ন ব্যৱহাৰ কৰি বাৰংবাৰতা তালিকা এখন প্ৰস্তুত কৰা।

3. 2নং প্ৰশ্নৰ তথ্য ৰাশিৰ পৰা প্ৰস্তুত কৰা বাৰংবাৰতা তালিকাখনৰ এটা হিষ্ট’গ্ৰাম বা স্তম্ভলেখ প্ৰস্তু কৰা আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।

স্তম্ভলেখ

(i) কোনটো শ্ৰেণী অন্তৰালত আটাইতকৈ বেছি সদস্য আছে?

উত্তৰঃ 140-150

(ii) 150 বা তাতকৈ বেছি জমা ৰখা মুঠ সদস্য সংখ্যা কিমান?

উত্তৰঃ 12 জন।

(iii) কোনকেইটা শ্ৰেণী অন্তৰালত সদস্য সংখ্যা সমান?

উত্তৰঃ 130-140, 150-160, 180-190

4. এখন বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰত্যেকে প্ৰতিদিনে কিমান সময় পঢ়ে (ঘন্টা হিচাপত) কাষত স্তম্ভলেখৰ সহায়ত দেখুওৱা হৈছে-

                        পঢ়াৰ সময়

স্তম্ভলেখৰ সহায়ত উত্তৰ দিয়াঃ-

 (i)বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিদিনে কিমান সময় পঢ়ে?

উত্তৰঃ 4-5 ঘন্টা।

  (ii) প্ৰতিদিনে 5 ঘন্টাতকৈ বেছি পঢ়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?

উত্তৰঃ 24 জন।

 (iii) 4 ঘন্টাতকৈ কম সময় পঢ়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?

উত্তৰঃ 22 জন।

5. 30 জন ছাত্ৰ-ছাত্ৰীৰ উচ্চতা (চে মি ত) তলত দিয়া ধৰণৰঃ-

136, 138, 140, 140, 154, 160, 158, 147, 139, 153, 162

162, 173, 137, 142, 156, 162, 164, 185, 143, 145, 182

152, 163, 174, 138, 142, 152, 144, 146.

উপযুক্ত অন্তৰাল লৈ দাগচিহ্ন ব্যৱহাৰ কৰি বাৰংবাৰতা বিভাজন তালিকা এখন প্ৰস্তুত কৰা।

Type: Pompi Hazarika

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping