পৰিমেয় সংখ্যা
অনুশীলনী 1.1
1. তলত দিয়াবোৰ সত্য় নে অসত্য় বিচাৰ কৰা ঃ
(i) পৰিমেয় সংখ্য়াই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে ।
Solution: সত্য়
(ii) পৰিমেয় সংখ্য়াই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে ।
Solution:অসত্য়
(iii) পৰিমেয় সংখ্য়া বিয়োগত আৱদ্ধ নহয় ।
Solution: অসত্য়
(iv) শৃন্য় প্ৰতিক্ৰম নাই ।
Solution: সত্য়
(v) 0 টো পৰিমেয় সংখ্য়া ।
Solution: সত্য়
(vi)

Solution: সত্য়
(vii)

Solution: অসত্য়
(viii)

Solution: অসত্য়
(ix)

Solution: অসত্য়
(x)

Solution:সত্য়
2. যোগাত্মক বিপৰীত সংখ্য়াবোৰ লিখা ।
(i)

(ii)

Solution: -3
(iii)

(iv)

(v)

3.

আৰু ৰ যোগাত্মক বিপৰীত সংখ্য়া দুটা লিখা ।
4. গুণাত্মক বিপৰীত সংখ্য়াবোৰ লিখা ।
(i)

(ii)

(iii)

(iv)

Solution: -1
(v)

5.

ৰ গুণাত্মক বিপৰীত হয়নে ? যুক্তি দিয়া ।
Solution: নহয়
6.

ৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত কি কি ?
Solution: 1 ৰ গুণাত্মক বিপৰীত হ’ল 1 আৰু 1 ৰ যোগাত্মক বিপৰীত হ’ল -1
7.

আৰু ৰ গুণাত্মক বিপৰীত সংখ্য়া দুটা লিখা ।
Solution:ৰ গুণাত্মক বিপৰীত হ’ল
8. তলৰ সংখ্য়া দুটাৰ প্ৰতিক্ৰম লিখা । (i)

(ii)

9. প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্য়া কি কি ?
Solution: 1আৰু -1
10.
Solution: কপ্ৰতিক্ৰমেৰে পূৰণ কৰিলে পূৰণফল হ’ব 一

11. কি বিধি প্ৰয়োগ হৈছে লিখা ।
(i)

Solution: ক্ৰম বিনিময় বিধি
(ii)

Solution: যোগাত্মক অভেদ
(iii)

Solution:গুণাত্মক অভেদ
12. সংখ্য়াৰ বিধি ব্য়ৱহাৰ কৰি মান নিৰ্ণয় কৰা ।
(i)

Solution:

( ক্ৰম বিনিময় বিধি )
(ii)

Solution:

(বিতৰণ বিধি)
(iii)

Solution:

(বিতৰণ বিধি)
(iv)

Solution:

(v)

Solution:

(vi)

Solution:

(বিতৰণ বিধি)
(vii)

Solution:

13. তলৰ সংখ্য়াকেইটাই যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলেনে কৰি চোৱা

Solution:,আৰু তিনিটা পৰিমেয় সংখ্য়া
L.H.S

R.H.S

∴ L.H.S = R.H.S
∴ সংখ্য়াকেইটা যোগৰ ক্ষেত্ৰত সহযোগ ৰ্ধম মানি চলে ।
L.H.S
R.H.S
∴ সংখ্য়াকেইটাই যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে ।
14. এটা উদাহৰণৰ দ্বাৰা দেখুওৱা যে পৰিমেয় সংখ্য়া হৰণৰ ক্ষেত্ৰত আৱদ্ধ নহয় ।
Solution:
3/6÷1/2=3/6✖2/1=4/6 এটা পৰিমেয় সংখ্য়া।
(-6)÷(-2)=-3 এটা পৰিমেয় সংখ্য়া ।
0/2=0, এটা পৰিমেয় সংখ্য়া
কিন্ত 6 ÷ 0 অৰ্থহীন
দেখা গ’ল দুটা পৰিমেয় সংখ্য়া হৰণ ফল সদায় এটা পৰিমেয় সংখ্য়া নহ’বও পাৰে। গতিকে পৰিমেয় সংখ্য়াসমূহ হৰণৰ ক্ষেত্ৰত আৱদ্ধ নহয় ।