🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

লেখৰ সৈতে পৰিচয়। Class 8 Mathematics Lesson 15.1 Solution Assam | অষ্টম শ্ৰেণীৰ বাবে সেখৰ সৈতে পৰিচয় পাঠটো প্ৰশ্নৎ

লেখৰ সৈতে পৰিচয়

অনুশীলনী 15.1

1. এখন গাড়ী লক্ষীমপুৰৰ পৰা গুৱাহাটীলৈ গৈছিল। তলৰ চিত্ৰত দূৰত্ব আৰু সময়ৰ ৰেখা লেখ এডাল দেখুওৱ াহৈছে। লেখডাল অধ্যয়ন কৰা আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।

i) অক্ষ দুডালে কি কি তথ্য নিৰ্দেশ কৰিছে?

Solution: X অক্ষই সময় আৰু Y অক্ষই দূৰত্ব নিৰ্দেশ কৰিছে।

ii) গাড়ীখনে মুঠতে কিমান সময়ত কিমান দূৰত্ব ভ্ৰমণ কৰিলে?

Solution: 8ঘন্টা 375 কিলোমিটাৰ

iii) কোনখিনি সময়ত গাড়ীখনৰ বেগ বেছি আছিল?

Solution: 12pm পৰা 1 pm ৰ ভিতৰত

iv) গাড়ীখনে বাটত ৰৈছিল নে? যদি ৰৈছিল, কিমান সময়ৰ বাবে ৰৈছিল?

Solution: গাড়ীখনে বাটত ৰৈছিল, 1 ঘন্টা।

v) কোনখিনি সময়ত গাড়ীখনৰ বেগ সমান আছিল?

Solution: 7am ৰ পৰা 11am, 1pm ৰ পৰা 2pm

2. এখন গৃহস্থীৰ যোৱা ছমাহৰ বিদ্যুতৰ বিলৰ ৰেখা লেখডাল সিপিঠিত দিয়া ধৰণৰ। লেখডাল অধ্যয়ন কৰা আৰু তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া।

i) লেখডালে কি তথ্য উপস্থাপন কৰিছে?

Solution: এঘৰ গৃহস্থৰ ছয়মাহৰ বিদ্যুৎৰ বিলৰ তথ্য উপস্থাপন কৰিছে।

ii)  Y অক্ষই কি তথ্যৰ নিৰ্দেশ কৰিছে?

Solution: Y অক্ষই ইউনিট উপস্থাপন কৰিছে।

iii) কোন মাহত বেছি ইউনিট বিদ্যুৎ খৰচ হৈছে?

Solution: জুন মাহত।

iv) আটাইতকৈ কম ইউনিট বিদ্যুৎ খৰচ হোৱা মাহ কোনটো?

Solution: ছেপ্টেম্বৰ মাহত।

v) সমান সমান ইউনিট বিদ্যুৎখৰচ হোৱা মাহকেইটা কি কি?

Solution: এপ্ৰিল আৰু আগষ্ট।

3. কোনো এখন বিদ্যালয়ৰ বিবইন্ন খেল ভালপোৱা 100 জন ছাত্ৰ-ছাত্ৰীৰ এডাল ৰেখা লেখ দিয়া আছে। লেখডাল অধ্যান কৰি তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।

i) লেখডালত কিমানটা খেলৰ তথ্য দিয়া আছে?

Solution: 7টা।

ii) আটাইতকৈ বেছি সংখ্যকে ভালপোৱা খেলবিধ কি?

Solution: ফুটবল ।

iii) একেবাৰ েকম সংখ্যকে ভালপোৱা খেলবিধ কি?

Solution: বেডমিন্টন।

iv) সমান সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ভালপোৱা খেল কেইবিধ আৰু কি কি?

Solution: কাবাডী,জাপ,দৌৰ,চকী, খেল 4 বিধ।

4. এখন চিকিৎসালয়ত এটা সপ্তাহত জন্ম হোৱা শিশুৰ সংখ্যা কাষৰ ৰেখা লেখত দেখুওৱা হৈছে। লেখডাল অধ্যয়ন কৰি তলৰ প্ৰশ্ন সমূহৰ উত্তৰ দিয়া।

i) লেখডালত Xঅক্ষই কিহৰ নিৰ্দেশ কৰিছে?

Solution: লেখডালত X অক্ষই বাৰৰ নিৰ্দেশ কৰিছে।

ii) সপ্তাহটোত আটাইতকৈ বেছি শিশু জন্ম হোৱা দিন কোনটো?

Solution: শনিবাৰ।

iii) কোনটো বাৰত আটাইতকৈ কম সংখ্যক শিশু জন্ম হৈছিল?

Solution: বৃহস্পতি বাৰ।

iv) সপ্তাহটোত মুঠতে কিমানটা শিশুৰ জন্ম হৈছিল?

Solution: 60 জন।

Type: Pompi Hazarika

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop