AJB Class 7 Assamese। Chapter 10। অনুৰাগ আৰু চাৰমেন ক্ৰ’ৰ মানুহবোৰ । Short Question Answer

Chapter 10

 অনুৰাগ আৰু চাৰমেন ক্ৰ’ৰ মানুহবোৰ

১।  অনুৰাগৰ দেউতাকে কৰ জিলাৰ সদৰ ডিফুত চৰকাৰী আবাসত থাকি চাকৰি কৰে?

উত্তৰঃ কাৰ্বি আংলং জিলাৰ। 

২। অনুৰাগৰ দেউতাক এইবাৰ কেইদিনৰ আগতে আহিছিল?

উত্তৰঃ দুদিনৰ আগতে। 

৩। গাড়ীখনৰ ওচৰৰ আলিবাটটোৱেদি অলপ সোমাই গ’লেই কাৰ গাওঁখন পায়?

উত্তৰঃ ধনসিঙহঁতৰ গাওঁখন পায়। 

৪।  কাৰ্বিসকলৰ নিজা এখন কি আছে?

উত্তৰঃ ৰামায়ণ আছে। 

৫। ধনসিঙহঁতৰ আহল-বহল কিহৰ সন্মুখত এখন বহল চোতাল আছে?

উত্তৰঃ চাংঘৰৰ সন্মুখত। 

৬। অনুৰাগে কি জাতীয় বাদ্য়বোৰ চালে?

উত্তৰঃ ঢোলজাতীয়। 

৭। পুৱা কিমানমান বজাত অনুৰাগ আৰু দেউতাক সাৰ পালে?

উত্তৰঃ সাতমান। 

৮। ধনসিঙৰ দেউতাকৰ নাম কি?

উত্তৰঃ চাৰমেন ক্ৰ’। 

৯। চাৰমেন ক্ৰ’ এগৰাকী সুদক্ষ কি?

উত্তৰঃ লোকশিল্পীও। 

১০। ধনসিঙৰ ভনীয়েক কৰ কলেজত পঢ়ে?

উত্তৰঃ  কাৰেং ক্ৰ’পী কলেজত পঢ়ে।

Type – Boby Bora

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop