AJB Class 7 Assamese। Chapter 2। ‘জোনানী’ ৰ জন্ম-কাহিনী । Short Question Answer

Chapter 2

‘জোনানী’ ৰ জন্ম-কাহিনী 

১। কিমান চনত অসমৰ প্ৰথম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান কটন কলেজ স্থাপন হৈছিল ?

উত্তৰঃ ১৯০১ চনত অসমৰ প্ৰথম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান কটন কলেজ স্থাপন হৈছিল ।

২। যিসকল অসমীয়া ছাত্ৰই কলিকতাত পঢ়িবলৈ গৈছিল তেওঁলোকৰ মনত স্বদেশ-প্ৰীতি কি আছিল?

উত্তৰঃ যিসকল অসমীয়া ছাত্ৰই কলিকতাত পঢ়িবলৈ গৈছিল তেওঁলোকৰ মনত স্বদেশ-প্ৰীতি  আছিল অসীম আছিল ।

৩। কোনে কলিতাৰ লগতে অসমৰ ঠায়ে ঠায়ে বহুলভাৱে প্ৰচাৰ লাভ কৰিছিল?

উত্তৰঃ ‘জোনাকী’য়ে কলিতাৰ লগতে অসমৰ ঠায়ে ঠায়ে বহুলভাৱে প্ৰচাৰ লাভ কৰিছিল।

৪। জোনাকী আলোচনীৰ প্ৰথম সম্পাদক আছিল কোন?

উত্তৰঃ জোনাকী আলোচনীৰ প্ৰথম সম্পাদক আছিল- চন্দ্ৰকুমাৰ আগৰৱালা । 

৫। কি আলোচনীৰ যোগেদি পিছপৰা অসমীয়া ভাষা-সাহিত্য় বিকাশৰ বাবে সকলো উঠি-পৰি লাগিছিল?

উত্তৰঃ জোনাকী আলোচনীৰ যোগেদি পিছপৰা অসমীয়া ভাষা-সাহিত্য় বিকাশৰ বাবে সকলো উঠি-পৰি লাগিছিল।

৬। অসমীয়া ছাত্ৰই ক’ত পঢ়িৱলৈ গৈছিল?

উত্তৰঃ অসমীয়া ছাত্ৰই কলিকতাত পঢ়িৱলৈ গৈছিল।

৭। অ. ভা. উ. সা. সভাৰ প্ৰথম সম্পাদক কোন আছিল ?

উত্তৰঃ অ. ভা. উ. সা. সভাৰ প্ৰথম সম্পাদক আছিল শিবৰাম শৰ্মা বৰদলৈ। 

৮। আলোচনীখনৰ নাম কি আছিল?

উত্তৰঃ আলোচনীখনৰ নাম জোনাকী ।

৯। উচ্চ বিপৰীত শব্দ কি? 

উত্তৰঃ নিম্ন।

১০। তিনিওগৰাকীকে ‘জোনাকী’ যুগৰ কি বুলি আখ্য়া দিয়া হৈছে ?

উত্তৰঃ তিনিওগৰাকীকে ‘জোনাকী’ যুগৰ ত্ৰিমূৰ্তি আখ্য়া দিয়া হৈছে।

Type – Boby Bora

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop