AJB Class 7 Assamese। Chapter 4। মেধি তীৰ্থলৈ যায় । Short Question Answer

Chapter 4

মেধি তীৰ্থলৈ যায়

১। কলিয়াবৰত কাৰ ঘৰ?

উত্তৰঃ মেধিৰ ঘৰ। 

২। পুণ্য় কৰিবৰ মনেৰে আজি মেধি কলৈ যায়?

উত্তৰঃ মেধি তীৰ্থলৈ যায়। 

৩। কি কৰাত মেধিৰ সুখ্য়াতি ?      

উত্তৰঃ নাম গোৱাত মেধিৰ সুখ্য়াতি।

৪। মেধি তীৰ্থলৈ যায় কবিতাটোৰ কবি কোন ?

উত্তৰঃ কবিতাটোৰ কবি দণ্ডিনাথ কলিতা ।

৫। কিহত খামুচি ধৰি মেধি তীৰ্থলৈ যায়?

উত্তৰঃ লণ্ডণডালত খামুচি ধৰি মেধি তীৰ্থলৈ যায়।

৬।কবিতাটোৰ কবি জন কোন চনত জন্ম হৈছিল ?

উত্তৰঃ ১৮৯০ চনত জন্ম হৈছিল। 

৭। কেইদিন জাহাজ তাত ৰ’ল?

উত্তৰঃ তিনিদিন ৰ’ল।

৮। দণ্ডিনাথ কলিতাৰ প্ৰথম উপন্য়াসখনৰ নাম কি?

উত্তৰঃ দণ্ডিনাথ কলিতাৰ প্ৰথম উপন্য়াসখনৰ নাম ফুল। 

৯। দণ্ডিনাথ কলিতাৰ কিমান চনত মৃত্য়ু হৈছিল?

উত্তৰঃ দণ্ডিনাথ কলিতাৰ ১৯৫৫ চনত মৃত্য়ু হৈছিল।

১০। নোচোৱাকৈ কি কিনাৰ উপায় নাই?

উত্তৰঃ নোচোৱাকৈ টিকট কিনাৰ উপায় নাই।

Type – Boby Bora

0
    0
    Your Cart
    Your cart is emptyReturn to Shop