AJB Class 7 Assamese। Chapter 7। ভদৰী । Short Question Answer

 Chapter 7

ভদৰী

১। শিশুৰামৰ কি মূৰৰ চুলিৰ আগ পালেগৈ?

উত্তৰঃ খংৰ মূৰৰ চুলিৰ আগ পালেগৈ। 

২। দুপৰীয়া হাল মেলি আহি ভাত নোপোৱা কথাটোৱে সেই জ্বলা জুইকুৰাত কি ঢালি দিলে?

উত্তৰঃ ঘিঁউ ঢালি দিলে।

৩। কিহেৰে ভদৰীৰ পিঠিত ওপৰা ওপৰিকৈ দোকাব মাৰিলে?

উত্তৰঃ মৈদাৰে মাৰিলে ।

৪।হস্পিতালৰ কাৰ কথা শুনিয়েই ভদৰী আকৌ অজ্ঞান হৈ পৰিল?

উত্তৰঃ ডেৰেচী কথা শুনি ভদৰী আকৌ অজ্ঞান হৈ পৰিল। 

৫। ভদৰী গল্পটো ৰচক কোন?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা।

৬।দুটা ৰঙা পাগুৰীয়া কনিষ্টবলৰ মাজত কোন থিয় হৈ আছে?

উত্তৰঃ শিশুৰাম থিয় হৈ আছে। 

৭। ভদৰী কথা শুনি শিশুৰাম আৰু থাকিব নোৱাৰি হৌ হৌ কৰে কি কৰিবলৈ ধৰিলে?

উত্তৰঃ কান্দিবলৈ ধৰিলে।

৮। গোজাতিৰ বিপক্ষে অতি অহিন্দু বাইক প্ৰয়োগ কৰা আদি ডাঙৰ কি আহি পৰে?

উত্তৰঃ জগৰ আহি পৰে। 

৯। ভদৰী পাঠটিৰ প্ৰথম ছবিখনত থকা বুঢ়ি জনীয়ে কি কৰি আছিল?

উত্তৰঃ ভাত বনাই আছিল।

১০। হাজোত শব্দ অৰ্থ কি ?

উত্তৰঃ আচামীক বিচাৰাৰ্থে আটক কৰি ৰখা বন্দীশাল।

Type – Boby Bora

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping