🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

AJB Class 7 Assamese। Chapter 12। জোনবিল মেলা । Short Question Answer

Chapter 12

জোনবিল মেলা 

১। জোনবিল মেলা কিহৰ সম্প্ৰীতিৰ উৎসৱ?

উত্তৰঃ পাহাৰ-ভৈয়ামৰ। 

২। জোনবিলৰ পাৰলৈ কোন ৰজাক ৰাইজে আদৰি নিয়ে?

উত্তৰঃ গোভা ৰজাক। 

৩। তিৱাসকলে পাহাৰত কি বিহুৰ আয়োজন কৰে?

উত্তৰঃ মাঘ বিহুৰ আয়োজন কৰে। 

৪। ৰাইজে ক’ত মাছ মাৰিবলৈ নামে?

উত্তৰঃ ৰাইজে বিলত মাছ মাৰিব ধৰে । 

 ৫। বিশেষকৈ মাঘ বিহুৰ প্ৰমূল্য়ই কি অঞ্চলত বেছি?

উত্তৰঃ গাওঁ অঞ্চলত বেছি। 

৬। কৰ গাৱঁৰ মধ্য়ত জোনবিল নামে এখন ডাঙৰ বিল আছে?

উত্তৰঃ জাগীভকত গাঁৱৰত জোনবিল নামে এখন বিল আছে । 

৭। পাহাৰত মাঘ বিহুৰ আয়োজন কৰে, লগতে কোন দেৱতাক পূজা-সেৱাও কৰে?

উত্তৰঃ ইষ্ট দেৱতাক পূজা-সেৱা কৰে । 

৮। বৰ্তমান মাঘ বিহুৰ দ্বিতীয় বা তৃতীয় সপ্তাহৰ শনিবাৰ বা কি বাৰে জোনবিল মেলা অনুষ্ঠিত হয়?

উত্তৰঃ  দেওবাৰে । 

৯। তিৱাসকলে আনৰ নিচিনাকৈ মাহৰ সংক্ৰান্তিৰ তিথিত কি নাপাতে?

উত্তৰঃ বিহু নাপাতে। 

১০। ভৈয়ামৰ জনজাতিসকলৰ বিহু সংস্কৃতিৰ সাক্ষৰ কি কৰি আহিছে?

উত্তৰঃ বহন কৰি আহিছে। 

Type – Boby Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop