AJB Class 7 Assamese। Chapter 17। চৰাইৰ জগত । Short Question Answer

Chapter 17

চৰাইৰ জগত

১। চৰাইৰ আহাৰ অনুসৰি কোনবোৰো বেলেগ বেলেগ হয়?

উত্তৰঃ ঠোঁট বোৰ।

২। দীঘল আৰু জোঙা কিহেৰে চৰায়ে খুব জোৰেৰে উৰিব পাৰে?

উত্তৰঃ ডেউকাৰে উৰিব পাৰে । 

৩। পৰুৱা বাহ থকা গছত চৰাই পৰিলে ক’ত পৰুৱা লাগি আহে?

উত্তৰঃ গাত পৰুৱা লাগি আহে । 

৪। কি চৰায়ে অকলশৰে নাইবা যোৰ পাতি গছে গছে পোক খাই ফুৰে?

উত্তৰঃ চেকচেকি চৰায়ে গছে গছে পোক খাই ফুৰে। 

৫। শগুন, শেন, চিলনী, ঢোঁৰাকাউৰী আদি চৰায়ে কি খায়?

উত্তৰঃ মঙহ খায় ।

৬। পৃথিৱীত প্ৰায় কিমান বিধ বিভিন্ন প্ৰজাতিৰ চৰাই আছে?

উত্তৰঃ ৮৭০০ বিধ। 

৭। কি চৰাই ঘৰৰ চালত বাহ লয়?

উত্তৰঃ ঘৰচিৰিকাই চৰাই।

৮। কি চৰায়ে গছৰ গাত ফুটা কৰি পোক উলিয়াই খায়?

উত্তৰঃ বাঢ়ৈটোকা চৰায়ে। 

৯। চৰাই গাত কিছুমান কি হয়?

উত্তৰঃ পোক হয়। 

১০। মানুহৰ দৰে চৰায়েও গাত কি সানে?

উত্তৰঃ তেল সানে। 

Type – Boby Bora

0
    0
    Your Cart
    Your cart is emptyReturn to Shop