🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

AJB Class 7 Assamese। Chapter 8। কুম্পুৰ সপোনঃ ভূত পোৱালি । Short Question Answer

Chapter 8

কুম্পুৰ সপোনঃ ভূত পোৱালি


১। ল’ৰাটোৱে সপোনত কিহৰ পোৱালি দেখিছিল?

উত্তৰঃ ভূতৰ পোৱালি।

২।এটা ক’লা আৰু এটা কি ৰঙৰ নাঙঠ-পিঙঠ ভূতৰ পোৱালি আছিল?

উত্তৰঃ বগা ৰঙৰ নাঙঠ-পিঙঠ ভূতৰ পোৱালী আছিল। 

৩। ল’ৰাটোৱে সপোনত কেইটা পোৱালী দেখিছিল?

উত্তৰঃ দুটা পোৱালী দেখিছিল।

৪। দেখিবলৈ এনে কি ভূত-পোৱালিৰ নাচ?

উত্তৰঃ ভাল।

৫।  ভূতে কি ধৰি খায় ?

উত্তৰঃ মানুহ ধৰি খায়।

৬।কবিতাটোৰ কবি কোন আছিল?

উত্তৰঃ জ্য়োতিপ্ৰসাদ আগৰৱালা।

৭। জ্য়োতিপ্ৰসাদ আগৰৱালা কিমান চনত জন্ম হৈছিল?

উত্তৰঃ ১৯০৩ চনত।

৮। যখিনীহঁতক ক’ত ধৰি নচুৱাই?

উত্তৰঃ চুলিত ধৰি নচুৱাই। 

৯। কিমান চনত তেওঁ প্ৰথম অসমীয়া বোলছবি জয়মতী নিৰ্মাণ কৰে?

উত্তৰঃ ১৯৩৫ চনত।

১০। জ্য়োতিপ্ৰসাদ আগৰৱালা কিমান চনত মৃত্য়ু হয়?

উত্তৰঃ ১৯৫১ চনত।

Type – Boby Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop