🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

AJB Class 7 Assamese। Chapter 9। ওজাপালি । Short Question Answer

 Chapter 9

ওজাপালি

১। ওজাপালিৰ অংশ কেইটা?

উত্তৰঃ দুটা। 

২। চাপকন চোলা পৰিধান কৰে আৰু দীঘল চাদৰ এখনেৰে ক’ত পাগ মাৰে?

উত্তৰঃ মূৰত। 

৩। অঞ্চল বিশেষে ওজাপালিৰ কি ভিন্নতা আছে?

উত্তৰঃ সাজ-পাৰ ভিন্নতা আছে । 

৪। ওজাপালিৰ উৎপত্তি সম্পৰ্কত বিভিন্ন জনবিশ্বাস কি হৈ আছে?

উত্তৰঃ প্ৰচলিত হৈ আছে।

৫। ওজাপালিৰ বিভিন্ন দিশত বিশেষভাৱে সহায় কৰা লোক জন কোন?

উত্তৰঃ ওজা। 

৬। সুকবি নাৰায়ণদেৱৰ পাঁচালী গোৱা ওজাসকলক কি ওজা বোলা হয়?

উত্তৰঃ সুকনান্নীৰ ওজা বোলা হয়। 

৭। সপোনত তেওঁ আত্মবিভোৰ হৈ তাঁতশালৰপৰা উঠি আহি মুদ্ৰাসহ কি কৰিবলৈ লয়?

উত্তৰঃ নৃত্য় কৰিবলৈ লয়। 

৮। ওজাই কপাহী বা কিহৰ দহিত কদমসহ পদুম ফুল থকা চাদৰ এখন কান্ধেৰে মেৰিয়াই লয়?

উত্তৰঃ পাটৰ দহিত কদমসহ পদুম ফুল থকা চাদৰ এখন কান্ধেৰে মেৰিয়াই লয় । 

৯।  অসমৰ ওজাপালি প্ৰধানকৈ কেইটা ভাগত বিভক্ত?

উত্তৰঃ দুটা ভাগত বিভক্ত। 

১০। ওজাপালিৰ সাহিত্য় আৰু কবিজনা পাঁচালী কবিৰূপে ক’ত জনাজাত হৈ আহিছে?

উত্তৰঃ অসমত। 

Type – Boby Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop