🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

AJB Class 7 History | Chapter 2 | অসমীয়া সংস্কৃতিৰ ভৌগোলিকসীমা | Short Question Answer

Chapter 2

 অসমীয়া সংস্কৃতিৰ ভৌগোলিকসীমা

1.ৰাজনৈতিক সীমা কেনেধৰনৰ? 

উত্তৰঃ ৰাজনৈতিক সীমা নিদিৰ্ষ্ট আৰু স্পস্থ হব লাগে। 

2. মহাভৰতৰ মতে প্ৰাগজ্য়োতিষপুৰ ৰজা কোন? 

উত্তৰঃ মহাভাৰতৰ মতে প্ৰাগজ্য়োতিষ পুৰৰ ৰজা ভগদত্ত।

3. প্ৰাচীন অসমৰ বিস্তৃতিৰ বিষয় কোন তিনিখন গ্ৰন্থত উল্লেখ পোৱা যায়?

উত্তৰঃ অসমৰ বিস্তৃতিৰ বিষয় উল্লেখ পোৱা তিনিখন গ্ৰন্থ হল ঃ- কালিকা পুৰাণ, যোগিণীতন্ত্ৰ আৰু হৰগৌৰি সংবাদত। 

4. কালিকা পুৰাণৰ মতে কামৰূপৰ আকৃতি কেনেকুৱা? 

উত্তৰঃ কালিকা পুৰানৰ মতে কামৰূপৰ আকৃতি তিনিকোণীয়া।

5. কামৰূপ ৰাজ্য়ৰ দৈঘ্য় আৰু পস্থ কিমান? 

উত্তৰঃ কামৰূপ ৰাজ্য়ৰ দৈঘ্য় এশ যোজন আৰু প্ৰস্থ তিছ যোজন।

6. ব্ৰহ্মদেশৰ বৰ্তমানৰ নাম কি?

উত্তৰঃ ব্ৰহ্মদেশৰ বৰ্তমানৰ নাম হল- মিয়ানমাৰ। 

7. নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱতক কোন?

উত্তৰঃ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱতক হল শ্ৰীমন্ত শংকৰ দেৱ।

8. কোন ৰজাক কোচ ৰজা বুলি জনা যায়?

উত্তৰঃ নৰনাৰায়ণ ৰজাক কোচ ৰজা বুলি জনা যায়। 

9. সংস্কৃতিক সীমা মানুহৰ কিহৰ সৈতে জড়িত হয় থাকে ?

উত্তৰঃ সংস্কৃতিক সীমা মানুহৰ চিন্তা, জাতীয়তাবোধ, জাতীয় পৰিচয় আদি কথাৰসাতে জড়িত হৈ থাকে। 

10.   ৰাজনৈতিক সীমা নিদিৰ্ষ্ট আৰু কি হৈ থাকে?

 উত্তৰঃ ৰাজনৈতিক সীমা নিদিৰ্ষ্ট আৰু স্পষ্ট  হৈ থাকে।

11. মহাভাৰত মহাকাব্য়ত প্ৰাগজ্য়োতিষ পুৰৰ কোনজন ৰজাৰ ৰাজ্য়ৰ বৰ্ণনা আছে?

উত্তৰঃ মহাভাৰত মহাকাব্য়ত প্ৰাগজ্য়োতিষ পুৰৰ ভগদত্ত ৰজাৰ ৰাজ্য়ৰ বৰ্ণনা আছে।

12. প্ৰাগজ্য়োতিষ পুৰ সীমা উত্তৰে কিমানলৈ বিয়পি আছিল?

উত্তৰঃ প্ৰাগজ্য়োতিষ পুৰ সীমা উত্তৰে হিমালয় পৰ্বতৰ নামনিলৈকে বিয়পি আছিল।

13. অসমৰ এখন প্ৰাচীন গ্ৰন্থৰ নাম লিখা?

উত্তৰঃ অসমৰ এখন প্ৰাচীন গ্ৰন্থৰ নাম হল হৰগৌৰি। 

14.বৰ্মন বংশৰ ৰজা ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কি লিপি লিখা হৈছিল?

উত্তৰঃ বৰ্মন বংশৰ ৰজা ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত তাম্ৰলিপি।

15.  ব্ৰহ্মদেশৰ বৰ্তমানৰ নাম কি ?

উত্তৰঃ  ব্ৰহ্মদেশৰ বৰ্তমানৰ নাম হল মিয়ানমাৰ।

16. প্ৰাচিন অসমৰ বিষয় কোন দুটা লিপিত উল্লেশ আছে?

উত্তৰঃ  প্ৰাচিন অসমৰ বিষয় শিলালিপি, তাম্ৰলিপি দুটা লিপিত উল্লেশ আছে।

17.  কালিকা পুৰাণ নামৰ গ্ৰন্থমতে প্ৰাচিন কামৰূপ ৰাজ্য়ৰ আকৃতি কেনে ধৰনৰ?

উত্তৰঃ  কালিকা পুৰাণ নামৰ গ্ৰন্থমতে প্ৰাচিন কামৰূপ ৰাজ্য়ৰ আকৃতি তিনি কোণীয়া। 

18.আহোম স্বৰৰ্গদেউ চুকাফা, চুহুংমুংৰ দিনত যিদৰে ৰাজ্য়ৰ সীমা বৃদ্ধি পাইছিল, সেই দৰে কাৰক দিনত বৃদ্ধি পোৱা নাছিল? 

উত্তৰঃ আহোম স্বৰৰ্গদেউ চুকাফা, চুহুংমুংৰ দিনত যিদৰে ৰাজ্য়ৰ সীমা বৃদ্ধি পাইছিল, সেই দৰে স্বৰ্গদেউ ৰুদ্ৰ সিংহ, নৰনাৰায়ণ দিনত বৃদ্ধি পোৱা নাছিল।

19. আহোমসকলে কিমান বছৰ অসম ৰাজত্ব কৰিছিল?

উত্তৰঃ আহোমসকলে 600 বছৰ অসম ৰাজত্ব কৰিছিল।

২০. পেৰিপ্লাছ নামৰ গ্ৰন্থখন কি ভাষাত আছিল?

উত্তৰঃ পেৰিপ্লাছ নামৰ গ্ৰন্থখন গ্ৰীক ভাষাত আছিল।

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop