AJB Class 7 History | Chapter 2 | অসমীয়া সংস্কৃতিৰ ভৌগোলিক সীমা | MCQs |

Chapter 2

অসমীয়া সংস্কৃতিৰ ভৌগোলিক সীমা

 ১) ৰাজনৈতিক সীমা নিদিৰ্ষ্ট আৰু ______ হৈ থাকে।

ক) সীমিত হৈ থাকে

খ) স্পষ্ট হৈ থাকে

গ) ভুল হৈ থাকে

উত্তৰঃ খ) স্পষ্ট হৈ থাকে

২) অসমৰ আনটো নাম কি?

ক) ৰংপুৰ

খ) কামপুৰ

গ) প্ৰাগজ্য়োতিষ পুৰ

উত্তৰঃ গ) প্ৰাগজ্য়োতিষ পুৰ

৩) উত্তৰ – পূব ভাৰত বোলিলে কোন খন ৰাজ্য়ক বুজো

ক) চিকিম

খ) অসম

গ) কেৰেলা

উত্তৰঃ খ) অসম

৪) মহাভাৰত মহাকাব্য়ত প্ৰাগজ্য়োতিষ পুৰৰ কোনজন ৰজাৰ ৰাজ্য়ৰ বৰ্ণনা আছে

ক) গদাধৰ সিংহ

খ) ভগদত্ত

গ) এটাও নহয়

উত্তৰঃ খ) ভগদত্ত

৫) প্ৰাগজ্য়োতিষ পুৰ সীমা উত্তৰে কিমানলৈ বিয়পি আছিল

ক) হিমালয়  পৰ্বতৰ নামনিলৈকে

খ) ভূটানৰ লৈকে

গ) ওপৰৰ দুয়োটা

উত্তৰঃ খ) ভূটানৰ লৈকে

৬) বংগোপসাগৰ কোন দিশত আছে

ক) পূবত

খ) পশ্চিমত

গ) দক্ষিণ – পশ্চিমত

উত্তৰঃ (গ) দক্ষিণ – পশ্চিমত

৭) অসমৰ এখন প্ৰাচিন গ্ৰন্থৰ নাম হল-

ক) হৰগৌৰি

খ)  বুঢ়ি-আইৰ সাধু

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) হৰগৌৰি

৮) দিক্কৰ কোন দিশে বিস্তৃত  হৈছিল

ক) পূব

খ) পশ্চিম

গ) উত্তৰ

ঘ) দক্ষিণ

উত্তৰঃ (ক) পূব

৯) ১ যোজন = _____?

ক) ৮ কিলো মিটাৰ

খ) ৮ মিটাৰ

গ) ৮ মাইল

উত্তৰঃ গ) ৮ মাইল

১০) বৰ্মন বংশৰ ৰজা ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কি লিপি?

ক) শিলা লিপি

খ) তাম্ৰলিপি

গ) ওপৰৰ দুয়োতা

উত্তৰঃ খ) তাম্ৰলিপি

১১) নেপাল ৰজা দ্বিতীয় জয়দেৱৰ দিনত______লিপি।

ক)শিলা লিপি

খ) তাম্ৰলিপি

গ) ওপৰৰ দুয়োতা

উত্তৰঃ ক) শিলা লিপি

১২) ব্ৰহ্মদেশৰ বৰ্তমানৰ নাম কি ?

ক) চিন

খ) মেঘালয়

গ) মিয়ানমাৰ

উত্তৰঃ ক) মিয়ানমাৰ

১৩) পেৰিপ্লাছ নামৰ গন্থ খন কি ভাষাত আছিল ?

ক) গ্ৰীক

খ) অসমীয়া

গ) ইংৰাজী

উত্তৰঃ ক) গ্ৰীক

১৪) সাংস্কৃতিক সীমা মানুৰ কি কি কথাৰ সৈতে জড়িত হয় থাকে।.

ক) চিন্তা, জাতীয়তাবোধ, জাতীয় পৰিচয়

খ) সংস্কাৰ, ধৰ্ম, পৰম্পৰা

গ) নিয়ম, ধৰ্ম, চিন্তা

উত্তৰঃ ক)চিন্তা, জাতীয়তাবোধ, জাতীয় পৰিচয়

১৫) কোনখন গন্থৰ বাবে বংগোপসাগৰ, নেপাল, ভুতানৰ অংশবিশেষো অন্তৰ্গত আছিল।

ক) হেমকোষ

খ) ৰামায়ণ

গ) পেৰিপ্লাছ

উত্তৰঃ গ)পেৰিপ্লাছ

১৬) বৰ্মন বংশৰ ৰজা কোন

ক) ভাস্কৰ বৰ্মন

খ) হিউৱেন বৰ্মন

গ) এটাও নহয়

উত্তৰঃ ক) ভাস্কৰ বৰ্মন

১৭) প্ৰাচিন অসমৰ বিষয় কোন দুটা লিপিত উল্লেশ আছে?

ক) শিলালিপি, তাম্ৰলিপি

খ) শিলালিপি, গ্ৰন্থলিপি

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) শিলালিপি, তাম্ৰলিপি

১৮) আহোম স্বৰৰ্গদেউ চুকাফা, চুহুংমুংৰ দিনত যিদৰে ৰাজ্য়ৰ সীমা বৃদ্ধি পাইছিল, সেই দৰে কাৰক দিনত বৃদ্ধি পোৱা নাছিল?

ক) স্বৰ্গদেউ ৰুদ্ৰ সিংহ, নৰনাৰায়ণ

খ) গৌৰিনাথ সিংহ, প্ৰতাপ সিংহ

গ) গদাধৰ সিংহ, ৰুদ্ৰ সিংহ

উত্তৰঃ ক) স্বৰ্গদেউ ৰুদ্ৰ সিংহ, নৰনাৰায়ণ.

১৯) নৰনাৰায়ণ কোন ৰাজ্য়ৰ ৰজা?

ক) অসম ৰাজ্য়ৰ

খ) কেৰেলা ৰাজ্য়ৰ

গ) কোচ ৰাজ্য়ৰ

উত্তৰঃ গ) কোচ ৰাজ্য়ৰ

২০) শ্ৰীমন্ত শংকৰ দেৱৰ নেতৃত্বত কি ধৰ্ম গঢ় লৈ উঠে।

ক) শাক্ত ধৰ্ম

খ) নৱবৈষ্ণৱ ধৰ্ম

গ) ইছলাম ধৰ্ম

উত্তৰঃ খ) নৱবৈষ্ণৱ ধৰ্ম

২১) বৰ্তমানৰ উত্তৰ পূব ভাৰতৰ ৰাজ্য়কোইখনৰ ৰাজনৈতিক সীমানতুন

ক) একে

খ) বেলেগ

গ) নতুন

উত্তৰঃ খ) বেলেগ

২২) কালিকা পুৰাণ নামৰ গন্থমতে প্ৰাচিন কামৰূপ ৰাজ্য়ৰ আকৃতি কেনে ধৰনৰ?

ক) তিনি কোণীয়া

খ) চাৰি কোণীয়া

গ) পাচ কোণীয়া

উত্তৰঃ ক) তিনি কোণীয়া

২৩) কামৰূপৰ দৈঘ আৰু প্ৰস্থ কিমান?

ক) দৈঘ =এশ যোজন, প্ৰস্থ=বাৰ যোজন

খ) দৈঘ=এশ যোজন, প্ৰস্থ=ত্ৰিছ যোজন

গ) দৈঘ=ত্ৰিছ যোজন, প্ৰস্থ=এশ যোজ

উত্তৰঃ খ) দৈঘ=এশ যোজন, প্ৰস্থ=ত্ৰিছ যোজন

২৪) শুদ্ধ উত্তৰটো বাছি উলিৱা?

ক) ৰাজনৈতিক সীমাৰ সাল – সলনি সহজেই হব নোৱাৰে

খ) ৰাজনৈতিক সীমাৰ সাল – সলনি সহজেই হব পাৰে

গ) ৰাজনৈতিক সীমাৰ সাল – সলনি সহজেই হব কোতিৱাবা পাৰে, কেতিৱাবা নোৱাৰে

উত্তৰঃ খ) ৰাজনৈতিক সীমাৰ সাল – সলনি সহজেই হব পাৰে

২৫) আহোমসকলে কিমান বছৰ অসম ৰাজত্ব কৰিছিল?

ক) ৬০০ দিন

খ) ৬০০ মাহ

গ) ৬০০ বছৰ

উত্তৰঃ(গ) ৬০০ বছৰ

Type: Pompi Hazarika

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping