AJB Class 7 Science। Chapter 3। শ্বাস-প্ৰশ্বাস । Short Question Answer

Chapter 3

শ্বাস-প্ৰশ্বাস

১) পেশীত হোৱা অবাত শ্বসনৰ ফলত কি এছিদ উৎপন্ন হয় ?

উত্তৰঃ পেশীত হোৱা অবাত শ্বসনৰ ফলত লেক্টিক এছিদ উৎপন্ন হয়।

২)  মাছে কিহৰ সহায়ত শ্বাস-প্ৰশ্বাস সম্পন্ন কৰে ?

উত্তৰঃ মাছে জলক্লোমৰ সহায়ত শ্বাস-প্ৰশ্বাস সংপন্ন কৰে।

৩) জীৱদেহত শ্বসন কেই প্ৰকাৰৰ ?

উত্তৰঃ জীৱদেহত শ্বসন দুই প্ৰকাৰৰ

৪) মানৱ দেহৰ প্ৰধান শ্বসনাংগ হ’ল ?

উত্তৰঃ মানৱ দেহৰ প্ৰধান শ্বসনাংগ কামিহাড়।

৫) পাত আৰু কোমল কাণ্ডত থকা ক্ষুদ্ৰ বিন্ধাৰদ্বাৰবোৰক কি বোলা হয় ?

উত্তৰঃ পাত আৰু কোমল কাণ্ডত থকা ক্ষুদ্ৰ বিন্ধাৰদ্বাৰবোৰক পত্ৰৰন্ধ বোলা হয়।

৬) ধপাতত প্ৰায় কিমান বিধ বিষাক্ত পদাৰ্থ থাকে ?

উত্তৰঃ ধপাতত প্ৰায় ৬৯ বিধ বিষাক্ত পদাৰ্থ থাকে।

৭) ধপাতৰ এবিধ বিষাক্ত পদাৰ্থ হ’ল ?

উত্তৰঃ ধপাতৰ এবিধ বিষাক্ত পদাৰ্থ হ’ল নিক’টিন

৮) মহ, মাখি, পঁইতাচোৰা আদি এইবোৰক কি বোলা হয় ?

উত্তৰঃ মহ, মাখি, পঁইতাচোৰা আদি বায়ুছিদ্ৰ বোলা হয়।

৯) শিপাত কণ কণ চুলিৰ দৰে অংশ থাকে নে নাথাকে ?

উত্তৰঃ শিপাত কণ কণ চুলিৰ দৰে অংশ থাকে। 

১০) মাছে কিহৰ সহায়ত শ্বাস-প্ৰশ্বাস সম্পন্ন কৰে ?

উত্তৰঃ মাছে জলক্লোমৰ সহায়ত শ্বাস-প্ৰশ্বাস সম্পন্ন কৰে।

১১) জলচৰ প্ৰাণীয়ে কিহেৰে উশাহ লয় ?

উত্তৰঃ জলচৰ  প্ৰাণীয়ে ফুলৰ সহায়ত উশাহ লয়।

১২) পেশীকোষত হোৱা অবাত শ্বসনত কোনবিধ পদাৰ্থ সৃষ্টি হয় ?

উত্তৰঃ পেশীকোষত হোৱা অবাত শ্বসনত লেক্টিক এছিদ সৃষ্টি হয়।

১৩) কেঁচুৱে কোনটো অংগ ব্যৱহাৰ কৰি শ্বাস-প্ৰশ্বাস লয়?

উত্তৰঃ কেঁচুৱে ছালৰ সহায়ত শ্বাস-প্ৰশ্বাস লয়।

১৪) এবিধ অসংখ্যৰ বিন্ধা থকা পতংগৰ নাম লিখা ।

উত্তৰঃ এবিধ অসংখ্য়ৰ বিন্ধা থকা পতংগৰ নাম মাখি।

১৫) ধপাতত থকা এবিধ পদাৰ্থ নাম লিখা।

উত্তৰঃধপাতত থকা এবিধ পদাৰ্থ হ’ল- নিক’টিন।

১৬) জীৱদেহত কেইপ্ৰকাৰৰ শ্বসন হ’ব পাৰে ?

উত্তৰঃ জীৱদেহত ২ প্ৰকাৰৰ শ্বসন হ’ব পাৰে।

১৭) ধপাতৰ ফলত কি বেমাৰ হয় ?

উত্তৰঃ ধপাতৰ ফলত কেন্সাৰ বেমাৰ হয়। 

১৮) এবিধ পানীত থকা জীৱৰ নাম লিখা।

উত্তৰঃ শিহু হল পানীত থকা জীৱ।

১৯)  উদ্ভিদৰ জলক্লোম আছেনে ?

উত্তৰঃ উদ্ভিদৰ জলক্লোম নাই।

২০) শ্বসন কাক বোলে?

উত্তৰঃ উশাহৰদ্বাৰা অক্সিজেন গ্ৰহণ কৰাৰে পৰা আৰম্ভ কৰি খাদ্য অণুৰ জাৰণ আৰু শক্তি উৎপাদনৰ পিছত কাৰ্বন ডাই অক্সাইড এৰি দিয়ালৈকে সমগ্ৰ প্ৰক্ৰিয়াটোক শ্বসন বোলা হয়।

২১) কোষীয় শ্বসন কাক বোলে?

উত্তৰঃ শ্বসনৰ যিটো পৰ্যায়ত শ্বসনৰ মূল বিক্ৰিয়া কোষৰ ভিতৰত হয়। তাকে কোষীয় শ্বসন বোলে।

২২) উশাহ লোৱা কাক বোলে?

উত্তৰঃ নিম্ন বায়ুৰ চাপ পূৰণৰ বাবে বাহিৰৰ পৰিৱেশৰ বায়ু ক্ৰমে নাসাৰন্ধ্ৰ,শ্বাসনলী, আদিৰে আহি হাওঁফাওঁ দুটা পূৰ কৰে। এই প্ৰক্ৰিয়াটোক উশাহ লোৱা বোলে।

Type – Boby Bora

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping