🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 5 Environment | Chapter 13 | দুৰ্যোগ | Question and Answer Assam | পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ প্ৰশ্ন উত্তৰ |

Chapter 13

দুৰ্যোগ

১। উত্তৰ লিখা-

(ক) প্ৰাকৃতিকভাৱে হোৱা তিনিটা দুৰ্যোগৰ নাম উল্লেখ কৰা।

উত্তৰঃ 

(খ) বনজুইৰ কেনেকৈ সৃষ্টি হয়?

উত্তৰঃ

(গ) ঔদ্যোগিক দুৰ্ঘটনা বুলিলে কি বুজা?

উত্তৰঃ 

(ঘ) ভূমিকম্পৰ ফলত হ’ব পৰা তিনিটা সম্ভাৱনা লিখা।

উত্তৰঃ 

(ঙ) ভূমিস্খলন হোৱাৰ দুটা কাৰণ লিখা।

উত্তৰঃ 

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-

‘ক’    –    ‘খ’

ভূমিস্খলন – হাবিত লগা জুই।

খৰাং – পৃথিৱীৰ উপৰিভাগ কঁপি উঠে।

বনজুই – বিস্তৃতভাৱে মাটি, বালি, শিল আদি খঁহি পৰে।

ভূমিকম্প – পানীৰ উৎসসমূহ শুকাই যায়।

৩। খালী ঠাই পূৰ কৰা- 

(ক) ১৯৫০ চনত অসমত ডাঙৰ   হৈছিল।

(খ) ভূপাল গেছ দুৰ্ঘটনা  চনত হৈছিল।

(গ) সামাজিক বনানীকৰণ কৰি   ৰোধ কৰিব পাৰি।

(ঘ) বজ্ৰপাত পৰি প্ৰাকৃতিকভাৱে হাবিত   লাগে।

(ঙ) ভূমিকম্পৰ ফলত নদীৰ   সলনি হয়।

৪। তলত দিয়া দুৰ্যোগবোৰৰ পৰা প্ৰতিকাৰ পাবলৈ আমি ল’ব পৰা তিনিটাকৈ ব্যৱস্থা লিখা-

(ক) কৃত্ৰিম বানপানী (খ) ভূমিস্খলন (গ) বনজুই

উত্তৰঃ 

৫। দুৰ্যোগ বুলিলে কি বুজা?

উত্তৰঃ 

৬। কৃত্ৰিম বানপানী কেনেকৈ সৃষ্টি হয় তাৰ তিনিটা কাৰণ লিখা।

উত্তৰঃ 

৭। চুনামি কি?

উত্তৰঃ 

৮। নৈৰ বান্ধ নিৰ্মাণ কৰি চৰকাৰে হাতত লোৱা তিনিটা আঁচনিৰ নাম লিখা।

উত্তৰঃ 

৯। খৰাং বুলিলে কি বুজা?

উত্তৰঃ 

১০। বান নিয়ন্ত্ৰণ বিভাগে হাতত লোৱা তিনিটা কাৰ্যসূচী লিখা।

উত্তৰঃ 

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop