Class 5 Environment | Chapter 15 | আমাৰ সংবিধান | Question and Answer Assam | পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ প্ৰশ্ন উত্তৰ |

Chapter 15

আমাৰ সংবিধান

১। উত্তৰ লিখা-

(ক) কেতিয়াৰ পৰা ভাৰত এখন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে?

উত্তৰঃ 

(খ) সংবিধান সভাৰ দুগৰাকী সদস্যৰ নাম উল্লেখ কৰা।

উত্তৰঃ 

(গ) কোন তাৰিখে ভাৰতবৰ্ষক সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য় হিচাপে ঘোষণা কৰা হয়?

উত্তৰঃ 

(ঘ) সংবিধান সভাৰ সভাপতি কোন আছিল?

উত্তৰঃ 

(ঙ) ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কৰ্তব্য় আছে?

উত্তৰঃ 

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-

‘ক’    –    ‘খ’

সাৰ্বভৌম – জণগণৰ দ্বাৰা শাসিত।

গণতান্ত্ৰিক – সৰ্বোচ্চ ক্ষমতা থকা বা স্বাধীন।

সংবিধান – দেশৰ প্ৰতি সংবিধানৰ নিৰ্দেশনা।

নিৰ্দেশনাত্মক নীতি – নিয়ম-নীতিৰ সমষ্টি।

৩। খালী ঠাই পূৰ কৰা-

(ক) আমি ১৯৫০ চনৰ পৰা প্ৰতি বছৰ ২৬ জানুৱাৰী তাৰিখে    দিৱস হিচাপে পালন কৰোঁ।

(খ)   সংবিধানখন অতি দীঘলীয়া সংবিধান।

(গ) ভাৰতবৰ্ষ এখন সাৰ্বভৌম   গণৰাজ্য।

(ঘ) প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব   আছে।

(ঙ)   চনৰ   আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে।

৪। সংবিধানৰ প্ৰস্তাৱনাত কি উল্লেখ আছে?

উত্তৰঃ 

৫। মৌলিক অধিকাৰ বুলিলে কি বুজা আৰু সেইবোৰ কি কি লিখা।

উত্তৰঃ 

৬।শিক্ষাৰ অধিকাৰ আইন বুলিলে কি বুাজ?

উত্তৰঃ 

৭। নিৰ্দেশনাত্মক নীতিবিলাকৰ মূল উদ্দেশ্য কি?

উত্তৰঃ

৮। নিৰ্দেশনাত্মক নীতিসমূহ কেইটা ভাগত ভগোৱা হৈছে আৰু কি কি লিখা।

উত্তৰঃ 

Type: Pompi Hazarika

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop