🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 5 Environment | Chapter 16 | গাওঁ পঞ্চায়ত | Question and Answer Assam | পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ প্ৰশ্ন উত্তৰ |

Chapter 16

গাওঁ পঞ্চায়ত

১। উত্তৰ লিখা-

(ক) কোনে পঞ্চায়তীৰাজ ব্যৱস্থাৰ সমৰ্থন কৰিছিল?

উত্তৰঃ 

(খ) গাওঁ পঞ্চায়তত মুঠ আসনৰ কিমান শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত?

উত্তৰঃ 

(গ) ভোটাধিকাৰ পাবলৈ হ’লে কিমান বছৰ পূৰ্ণ হ’ব লাগিব?

উত্তৰঃ 

(ঘ) শেহতীয়া অসম পঞ্চায়ত আইনখন কোন চনত গ্ৰহণ কৰা হয়?

উত্তৰঃ 

২। খালী ঠাই পূৰ কৰা-

(ক) গাওঁসভাৰ বৈঠক আহ্বান কৰিববৰ বাবে   দিনৰ আগতে সভাৰ বিষয়ে প্ৰচাৰ কৰিব লাগে।

(খ) পৌৰ নিগমৰ কাৰ্যকাল   বছৰ।

(গ) একোখন গাওঁ পঞ্চায়ত এলেকাত  টা আঞ্চলিক সমষ্টি থাকে।

(ঘ) গুৱাহাটী পৌৰ নিগম   চনত স্থাপন কৰা হয়।

৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা-

(ক) গাওঁ পঞ্চায়তৰ কাৰ্যকাল ৫ বছৰ/৬ বছৰ/৪ বছৰ।

উত্তৰঃ 

(খ) পৌৰসভাৰ সদস্য় বা সদস্য়া গৰাকীক পৌৰপতি/কাউন্সিলৰ/কমিচনাৰ বোলা হয়।

উত্তৰঃ 

(গ) পৌৰ নিগমৰ সদস্য়ৰ সংখ্য়া ৩০ জন/২০ জন/ ৬০ জনৰ অধিক হ’ব নোৱাৰে।

উত্তৰঃ 

(ঘ) গাওঁ পঞ্চায়ত গঠন কৰিবলৈ এলেকাটোত ৬০০০ ৰ পৰা ৮০০০/৯০০০/১০০০০ লৈ জনসংখ্যা থকা উচিত।

উত্তৰঃ 

৪। তলত দিয়া বাক্য়কেইটাৰ পৰা অশুদ্ধবোৰ বাচি উলিয়াই শুদ্ধকৈ লিখা-

(ক) গাঁৱৰ সকলো প্ৰাপ্তবয়স্ক পুৰুষ আৰু মহিলাক লৈ অনুষ্ঠিত কৰা সভাখনেই হৈছে গাওঁ সভা।

উত্তৰঃ 

(খ) গাওঁ সভাক ১০টা ৱাৰ্ডত ভাগ কৰা হয়।

উত্তৰঃ 

(গ) গাওঁ পঞ্চায়ত হ’ল সভাপতি আৰু সদস্যসকলক লৈ গঠিত গাঁৱৰ প্ৰশাসনিক সংগঠন।

উত্তৰঃ 

(ঘ) ১৮ বছৰ পূৰ হোৱা সকলো প্ৰাপ্ত বয়স্ক লোকেই গাওঁ পঞ্চায়তৰ সদস্য।

উত্তৰঃ 

৫। গাওঁ পঞ্চায়ত কিদৰে গঠন কৰে?

উত্তৰঃ 

৬। গাওঁ পঞ্চায়তৰ যিকোনো তিনিটা কাম উল্লেখ কৰা।

উত্তৰঃ 

৭। নগৰ অঞ্চলৰ শাসন ব্যৱস্থাত থকা নিকায়সমূহ কি কি?

উত্তৰঃ 

৮। গাওঁ সভাৰ বৈঠকখন ‘থুল’ হোৱা বুলি কেতিয়া গণ্য কৰা হয়?

উত্তৰঃ 

৯। প্ৰতিটো গাওঁ পঞ্চায়ত এলেকাত ১০ টা আঞ্চলিক সমষ্টিত ভাগ কৰি লোৱাৰ কাৰণ কি?

উত্তৰঃ 

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop