🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 3 Assamese Book। Chapter 1। আমাৰ গাওঁ। Question Answer |

Chapter 1

আমাৰ গাওঁ

অনুশীলনী ঃ

১। “ডাল ভৰি ভৰি ফলーফুল লাগে” 一ডাল ভৰি ফল ফুল লগা কিছুমান গছৰ নাম লিখা।

উত্তৰঃ ডাল ভৰি ভৰি ফলーফুল লাগে” 一ডাল ভৰি ফল ফুল লগা কিছুমান গছৰ নাম হ’ল আম, কঁঠাল, লেচু, কল আদি।

২। গছৰ ডালত পৰি শুৱলা গীত গোৱা পাঁচবিধ চৰাইৰ নাম লিখা।

উত্তৰঃ গছৰ ডালত পৰি শুৱলা গীত গোৱা পাঁচবিধ চৰাইৰ নাম হ’ল কুলি, কেতেকী, মইনা, ভাটৌ, কোপটি।

৩। ‘শুৱনি’ আৰু ‘শুৱলা ‘ শব্দৰ পাৰ্থক্য ভালদৰে বুজি লোৱা। দুয়োটা শব্দৰে একোটিকৈ বাক্য ৰচনা কৰা।

উত্তৰঃ শুৱনিঃ আমাৰ গাওঁখন বৰ শুৱনি।

শুৱলাঃ কুলিৰ মাতটো বৰ শুৱলা।

৪। তলৰ শব্দসমূহৰ পাৰ্থক্য জানি লোৱা ঃ

ক’ত – কত

উত্তৰঃ ক’ত – ঠাই

কত – কিমান

ঘাট – ঘাত

উত্তৰঃ ঘাট – প্ৰতিঘাট

ঘাত – নদীৰ ঘাত

ছাল – চাল

উত্তৰঃ ছাল – শৰীৰৰ অংগ

চাল – চলনা

তান – সুৰৰ আলাপ

উত্তৰঃ তান – ৰাগ

টান – কঠিন

হাট – হাত

উত্তৰঃ হাট – বস্তু কিনা-বেছা কৰা ঠাই

হাত – শৰীৰৰ অংগ

পান -পাণ

উত্তৰঃ পান – খোৱা

পাণ – তামোলৰ লগত খোৱা এবিধ বস্তু

৫। একে অৰ্থ বুজোৱা শব্দ লিখাঃ

উদাহৰণ  ― বেলি – সূৰ্য, ভানু, ভাস্কৰ, সুৰুয।

গছ – বৃক্ষ।

হিয়া – হৃদয়।

মুৰুলি – বাঁহী।

ফুল – পুস্প। 

৬। পাঁচবিধ লতাজাতীয় পাচলিৰ নাম লিখা। যেনে- জিকা।

উত্তৰঃ পাঁচবিধ লতাজাতীয় পাচলি হ’ল ভোল, পানীলাও, ৰঙালাও, তিয়হঁ, ভাতকেৰেলা।

৭। কবিতাটো ভালদৰে আবৃত্তি কৰিবলৈ শিকা।

৮। ঘৰ আৰু চাল যুক্ত কিছুমান শব্দ শিকাঃ

ঘৰগোনা, ঘৰচীয়া, ঘৰমুৱা, ঘৰশত্ৰু, ঘৰমূৰি।

চালকোমোৰা,  চালগোম,  চালচলন,  চালপীৰা ইত্যাদি।

৯। তলত দিয়া ধৰণে প্ৰতিটোৰ শব্দ-সংখ্যা বঢ়োৱা一

সৰল – সৰহ  – সৰস্বতী – সৰিয়হ 

শুৱনি- শুকনি – শুকান – শুৱলা

চাল- চালনি- চাপৰ – চৰাই

মধুৰ- মধুৰি – মধুৰিয়াম – মনোৰঞ্জন

Type – Boby Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop