🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 3 Assamese Book। Chapter 18। প্ৰিয় ছাত্ৰ । Question Answer |

Chapter 18

প্ৰিয় ছাত্ৰ

অনুশীলনী 

(ক) কবিতাটো আবৃত্তি কৰা।

উত্তৰঃ

(খ) ছাত্ৰ কি কি গুণৰ অধিকাৰী হোৱা উচিত?

উত্তৰঃ শিক্ষকৰ উপদেশ মানি চলা, সদায় লিখা-পঢ়া কৰা, ধেমালিত নিজৰ অমূল্য সময় ব্যয় নকৰা, অতি যত্নৰে নিজৰ পাঠ শিকি লোৱা, পঢ়াৰ সময়ত অন্যমনষ্ক নোহোৱা, অসৎ সংগৰ লগ নোলোৱা, লগৰ বন্ধু-বান্ধৱীৰ লগত মিলা-প্ৰীতিয়ে থকা, সদায় সত্য কথা কোৱা, নিজৰ দোষ নিজে মানি লোৱা ছাত্ৰসলক এইসকলো গুণৰ অধিকাৰী হোৱা উচিত।

(গ) ছাত্ৰৰ কেনেকুৱা গুণে শিক্ষকক আনন্দ দিয়ে?

উত্তৰঃ  ছাত্ৰৰ পাঠ শিকা গুণে শিক্ষকক আনন্দ দিয়ে।

Type – Boby Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop