Chapter 2
আখৰ চিনাকী
অনুশীলনীঃ-
১। তলৰ খালী ঠাইত উপযুক্ত বৰ্ণ বহুওৱা ঃ
পনিতা; মহান; লন; বিশেষণ; ব্ৰহ্মপুত্ৰ।
২। তলৰ ঘৰবোৰত যুক্তাক্ষৰ বহুওৱাঃ

মাজত কোনো স্বৰবৰ্ণ নোহোৱাকৈ দুটা বা তাতোধিক ব্যঞ্জনবৰ্ণ ওচৰা-ওচৰিকৈ থকিলে সিহঁতক সংযুক্ত বৰ্ণ বা যুক্তাক্ষৰ বোলা হয়।
উত্তৰঃ কমল,