SVN Class 3 Assamese Book। Chapter 23। অসমৰ ধাতু শিল্প আৰু পাট শিল্প । Question Answer |

Chapter 23

অসমৰ ধাতু শিল্প আৰু পাট শিল্প

অনুশীলনী ፦

১। তলত দিয়া বাক্যবোৰৰ খালী ঠাই পূৰ কৰা 一

(ক) লোৰ সঁজুলি তৈয়াৰ কৰা মানুহ কমাৰ।

(খ) কাঁহৰ বস্তু তৈয়াৰ কৰা মানুহ কঁহাৰ।

(গ) সোণৰ বস্তু তৈয়াৰ কৰা মানুহ সোণাৰী

(ঘ) কাপোৰ বোৱা তিৰোতা শিপিনী

২। তলৰ শব্দবোৰৰ অৰ্থ লিখি বাক্য সাজা 一

গাগৰি    –     

প্ৰাচীন(অতীত)ঃ-    আমি প্ৰাচীন কালৰ বস্তুবোৰ সামৰি ৰাখিব লাগে। 

মূল্য়ৱান(অমূল্য)ঃ-    কয়লা এবিধ মূল্যৱান সম্পদ। 

জীৱিকা(জীৱন নিৰ্বাহৰ প্ৰধান আহিলা)ঃ-    অসমৰ মানুহৰ প্ৰধান জীৱিকা হ’ল কৃষি।

৩। উত্তৰ লিখা 一

(ক) ৰুণজুন আৰু কানুমনৰ বৰদেউতাকৰ ঘৰ ক’ত?

উত্তৰঃ ৰুণজুন আৰু কানুমনৰ বৰদেউতাকৰ ঘৰ শুৱালকুছি।

(খ) লোৰ পৰা কি কি সামগ্ৰী তৈয়াৰ কৰা হয়?

উত্তৰঃ লোৰ পৰাদা, কুঠাৰ, কটাৰি, গাড়ী, মটৰ, হাতুৰি আদি তৈয়াৰ কৰা হয়।

(গ) কাঁহৰ পৰা প্ৰস্তুত কৰা চাৰিবিধ সামগ্ৰীৰ নাম লিখা।

উত্তৰঃ কাঁহৰ পৰা তৈয়াৰ কৰা চাৰিবিধ সামগ্ৰীৰ নাম হ’ল-কাঁহী, বাটি, লোটা, চৰিয়া।

(ঘ) পাট–মুগা শিল্পৰ বাবে অসমৰ কোনখন ঠাই বিখ্য়াত? পাট–মুগা সূতাৰ পৰা কি কি সাজ তৈয়াৰ কৰিব পাৰি?

উত্তৰঃ পাট–মুগা শিল্পৰ বাবে অসমৰ শুৱালকুছি বিখ্য়াত। পাট-মুগা সূতাৰ পৰা  কুৰ্তা, চাদৰ-মেখেলা, ৰিহা আদি সাজ তৈয়াৰ কৰিব পাৰি।

(ঙ) অসমীয়া সোণৰ অলংকাৰ কেইবিধমানৰ নাম লিখা।

উত্তৰঃ  অসমীয়া সোণৰ অলংকাৰ কেইবিধমানৰ নাম হ’ল কেৰু, খাৰু, আঙুঠি, গাম-খাৰু, গলপতা, জোনবিৰি, ঢোলবিৰি, গেজেৰা, ডুগডুগী আদি।

৪। কি কি আখৰ যোগ হৈ তলৰ যুক্তাক্ষৰবোৰ হৈছে ভাঙি চাওঁ আহা一

উদাহৰণ ঃ বুদ্ধ = দ্ + ধ    দই ধই = দ্ধ

আৰম্ভ = ম্ + ভ         শিল্প = ল্ + প

দ্বাৰা = দ্ + ব

৫। শুদ্ধ শব্দৰে বাক্য়টো লিখাঃ

(ক) শুৱালকুছি পাত / পাট শিল্পৰ বাবে বিখ্য়াত।

উত্তৰঃ শুৱালকুছি পাট শিল্পৰ বাবে বিখ্য়াত।

(খ) মহে / ম’হে বেমাৰৰ বীজাণু বিয়পায়।

উত্তৰঃ মহে বেমাৰৰ বীজাণু বিয়পায়।

(গ) মোৰ খুৰা / খুড়া গাঁৱত থাকে।

উত্তৰঃ মোৰ খুড়া গাঁৱত থাকে।

(ঘ) সৰ্থেবাৰীত কাহ / কাঁহ শিল্প আছে।

উত্তৰঃ সৰ্থেবাৰীত কাঁহ শিল্প আছে।

Type – Boby Bora

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping