🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 3 Assamese Book। Chapter 8। আমাৰ ককা । Question Answer |

Chapter 8

আমাৰ ককা

অনুশীলনীঃ一

১। উত্তৰ দিয়া ―

ক) ড° ভবেন্দ্ৰ নাথ শইকীয়া কোন আছিল?

উত্তৰঃ ড° ভবেন্দ্ৰ নাথ শইকীয়া বিখ্য়াত সাহিত্যিক আছিল।

খ) তেখেতে উলিওৱা শিশু আলোচনীখনৰ নাম কি?

উত্তৰঃ তেখেতে উলিওৱা শিশু আলোচনীখনৰ নাম শান্ত-শিষ্ট-হৃষ্ট-পুষ্ট মহাদুষ্ট।

গ) ‘আমাৰ ককা’ শিশু নাটকখনৰ মুঠ চৰিত্ৰ কেইটা?

উত্তৰঃ ‘আমাৰ ককা’ শিশু নাটকখনৰ মুঠ চৰিত্ৰ চাৰিটা।

২। (ক) তলৰ কথাখিনিৰে অভিনয় শিকোঁ আহা ঃ

ফুলনিত ফুল ৰুই পানী দিয়া, ঘৰ পৰিষ্কাৰ কৰা ―

(খ) মনত ৰাখোঁ আহা ঃ

ড° ভবেন্দ্ৰ নাথ শইকীয়াই ৰচনা কৰা শিশু নাট ―

শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট

৩। বাক্য ৰচনা কৰা ঃ

নাট্যকাৰঃ নাট্যকাৰ সকলে বহুত ধুনিয়া অভিনয় কৰে।

ধুনীয়াঃ গোলাপ ফুল দেখিবলৈ বৰ ধুনীয়া।

প্ৰতিভাঃ ভবেন্দ্ৰ নাথ শইকীয়া এজন প্ৰতিভাবান ব্যক্তি আছিল।

মিলি জুলিঃ আমি সদায় উচৰ চুবুৰীয়াৰ লগত মিলি জুলি থাকিব লাগে।

৪। গৃহকাৰ্য ঃ কোনো এজন নাট্যকাৰৰ বিষয়ে শিশু-সভাত ভাষণ প্ৰতিযোগিতাৰ বাবে এটি চমু ভাষণ প্ৰস্তুত কৰা। 

৫। মিলাওঁ আহা ঃ 

 ‘ক’‘খ’ 
 (ক) নাটক লিখোঁতাজনখেলুৱৈ 
 (খ) অভিনয় কৰাজন গায়ক 
 (গ) খেল খেলাজনঅভিনেতা 
 (ঘ) গান গোৱাজন নাট্যকাৰ 

উত্তৰঃ (ক) নাটক লিখোঁতাজন – নাট্যকাৰ।

(খ) অভিনয় কৰা জন – অভিনেতা।

(গ) খেল খেলাজন – খেলুৱৈ।

(ঘ) গান গোৱাজন – গায়ক।

Type – Boby Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop