🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 3 Assamese Book। Chapter 5। দেশতকৈ মোমাই ডাঙৰ নহয় । Question Answer |

Chapter 5

দেশতকৈ মোমাই ডাঙৰ নহয়

অনুশীলনীঃ―

১। সজাই লিখা 一

* গতালোঁ গড় কাম আপোনাক বন্ধা। 

উত্তৰঃ গড় বন্ধা কাম আপোনাক গতালোঁ।

* সম্পূৰ্ণ কাম গড় বন্ধা শেষ ৰাতি কৰিম।

উত্তৰঃ গড় বন্ধা কাম ৰাতি সম্পূৰ্ণ কৰিম।

*বহু আছে সময় ৰাতি পুৱাবলৈ।

উত্তৰঃ ৰাতি পুৱাবলৈ বহু সময় আছে।

* নহয় ডাঙৰ মোমাই দেশতকৈ

উত্তৰঃ দেশতকৈ মোমাই ডাঙৰ নহয়।

২। লাচিত বৰফুকনৰ বিষয়ে ৫ টা বাক্য লিখা।

উত্তৰঃ ১) লাচিত বৰফুকন এজন দেশপ্ৰেমি যুৱক আছিল।

২) লাচিত বৰফুকনে নিজৰ দেশখন বহুত ভাল পাইছিল।

৩) লাচিত বৰফুকন আহোমৰ সেনাপতি আছিল।

৪) লাচিত বৰফুকনে নিজৰ মাতৃভূমিৰ ৰক্ষাৰ বাবে নিজ মোমায়েকৰ শিৰচ্ছেদ কৰিছিল।

৫) লাচিত বৰফুকনে দেশৰ কামত কেতিয়াও হেলা কৰা নাছিল। 

৩। দলত ভাগ হৈ পাঠৰ কাহিনীটো কোৱা।

উত্তৰঃ

৪।  দেশতকৈ মোমাই ডাঙৰ নহয় 一 এই কথাষাৰ কোনে কৈছিল?

উত্তৰঃ দেশতকৈ মোমাই ডাঙৰ নহয় 一 এই কথাষাৰ লাচিত বৰফুকনে কৈছিল।

Type – Boby Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop