Chapter 6
হৰণ
অনুশীলনীঃ (ক)
১। থুপত সমানে ভগাই হৰণ কৰাঃ
ক) ৬২=৩
খ) ১২৩=
গ) ১৫৫=
ঘ) ২৮৪=
ঙ) ৩০৬=
Ans:
ক) ৬২=৩
খ) ১২৩= ৪
গ) ১৫৫= ৩
ঘ) ২৮৪= ৭
ঙ) ৩০৬= ৫
২। বাৰে বাৰে কৰা বিয়োগৰ সহায়ত হৰণ কৰাঃ
ক) ৩০৫ খ) ৩৬
৪ গ) ৩৬
৩
ঘ) ৫৪৬ ঙ) ৪২
৬ চ) ৪২
৩
Ans:
ক) ৩০৫ = ৬ খ) ৩৬
৪ = ৯ গ) ৩৬
৩= ১২
ঘ) ৫৪৬ = ৯ ঙ) ৪২
৬ = ৭ চ) ৪২
৩ = ১৪
৩। খালী ঘৰত সংখ্যা লিখাঃ
ক) ২ ৰে হৰণ
১০ ১২ ১৪ ১৬ ১৮ ২০
২ ৫ ৬ ৭ ৮ ৯ ১০
খ) ৪ ৰে হৰণ
১৬ ২০ ২৪ ২৮ ৩২ ৩৬ ৪০
৪
৪
Ans:
১৬ ২০ ২৪ ২৮ ৩২ ৩৬ ৪০
৪
৪ ৫ ৬ ৭ ৮ ৯ ১০
গ) ৫ ৰে হৰণ
৩০ ৩৫ ৪০ ৪৫ ৫০ ৬০
৫
৬
Ans:
৩০ ৩৫ ৪০ ৪৫ ৫০ ৬০
৫
৬ ৭ ৮ ৯ ১০ ১২
ঘ) ৭ ৰে হৰণ
২৮ ৪২ ৪৯ ৭০ ২১ ৩৫
৭
৪
Ans:
ঘ) ৭ ৰে হৰণ
২৮ ৪২ ৪৯ ৭০ ২১ ৩৫
৭
৪ ৬ ৭ ১০ ৩ ৫
৪। পূৰণ নেওতা ব্যৱহাৰ কৰি হৰণ কৰা। কাষত লিখিবা-
৩২ ৮=৪
৫৬৮=
২৪৮=
৪২৭=
৩৫৭=
৩৬৪=
৬০৬=
৪৯৭=
৪৫৫=
২৪৩=
৩২৪=
৮১৯=
৫৪৯=
Ans:
৩২ ৮=৪
৫৬৮= ৭
২৪৮= ৩
৪২৭= ৬
৩৫৭= ৫
৩৬৪= ৯
৬০৬= ১০
৪৯৭= ৭
৪৫৫= ৯
২৪৩= ৮
৩২৪= ৮
৮১৯= ৯
৫৪৯= ৬
৫। ৬ টা কল ৬ জন বন্ধুৰ মাজত সমানে ভগালে গাইপতি কিমানটাকৈ ভাগত পৰিব?
Ans: ৬ টা কল ৬ জন বন্ধুৰ মাজত সমানে ভগালে গাইপতি ভাগত ১ টাকৈ পৰিব।
৬। ৪৮ টা শিলিখা ৪ টা বটলত সমানে ভৰালে প্ৰতিটো বটলত কেইটাকৈ শিলিখা থাকিব?
Solution: শিলিখা আছিল = ৪৮ টা
বটল আছিল = ৪ টা
সমানে ভগালে প্ৰতিটো বটলত পৰিব= ৪৮৪
=১২টাকৈ
৭। ১৮ টা আমলখি ৬ জনী বান্ধবীৰ মাজত সমানে ভগালে প্ৰত্যেকৰে ভাগত কেইটাকৈ পৰিব?
Solution : আমলখি আছিল= ১৮টা
বান্ধবী আছিল= ৬ জনী
প্ৰত্যেকৰে মাজত সমানে ভগালে ভাগত পৰিব = ১৮৬
= ৩ টাকৈ
৮। এটা শ্ৰেণীত ৩৫ জন ছাত্ৰ-ছাত্ৰী আছে। ব্যায়ামৰ বাবে প্ৰতিটো দলত ৫ জনকৈ ছাত্ৰ-ছাত্ৰী ল’লে মুঠ দল কেইটা হ’ব?
Solution: শ্ৰেণীত ছাত্ৰ-ছাত্ৰী আছিল = ৩৫জন
প্ৰতিটো দলত ছাত্ৰ-ছাত্ৰী আছিল = ৫ জনকৈ
মুঠ দল হব= ৩৫x৫
৭টা
৯। ঘৰৰ ফুলনিত ২৮ টা ফুলৰ পুলি ৪ টা ভেটিত সমানে ৰুলে প্ৰতিটো ভেটিত কেইটাকৈ ৰুব পাৰিব?
Solution: ফুলনিত ফুল আছিল = ২৮টা
ভেটি আছিল = ৪টা
প্ৰতিটো ভেটিত ৰুৱা হ’ব = ২৮x৪
=৭ টাকৈ
১০। ৫৬ টা বগৰী ৮ জন ল’ৰা-ছোৱালীৰ মাজত সমানে ভগালে প্ৰতিজনে কেইটাকৈ পাব নিৰ্ণয় কৰা।
Solution: বগৰী আছিল = ৫৬ টা
লৰা -ছোৱালী আছিল = ৮জন
সমানে ভগালে প্ৰতিজনে পাব= ৫৬x৮
= ৭টাকৈ