Chapter 8
টকা-পইচা
অনুশীলনীঃ (ঘ)
১। তলৰ বস্তুবোৰৰ দাম দিয়া আছে। .বস্তুবোৰৰ দাম চাই প্ৰশ্নবিলাকৰ উত্তৰ উলিওৱা ঃ
এখন কিতাপৰ দাম = ৩৭.৫০ টকা, এটা ঘড়ীৰ দাম = ৮৭৫.০০ টকা
এটা কলমৰ দাম = ১৬.৫০ টকা, এটা ছাতিৰ দাম = ১২০.০০ টকা
এখন চকীৰ দাম = ৭৪০.০০ টকা, এখন মেজৰ দাম = ৭৫৫.৫০ টকা
১। দুখন কিতাপৰ দাম ?
সমাধান ঃ দিয়া আছে,
এখন কিতাপৰ দাম = ৩৭.৫০ টকা

দুখন কিতাপৰ দাম = ৩৭.৫০ 🇽 ২
= ৭৫.০০ টকা
২। তিনিটা কলমৰ দাম ?
সমাধানঃ দিয়া আছে,
এটা কলমৰ দাম = ১৬.৫০ টকা

তিনিটা কলমৰ দাম = ১৬.৫০ 🇽 ৩
= ৪৯.৫০ টকা
৩। দুখন চকীৰ দাম ?
সমাধানঃ .দিয়া আছে,
এখন চকীৰ দাম = ৭৪০.০০ টকা

দুখন চকীৰ দাম = ৭ ৪০.০০ 🇽 ২
= ১৪৮০.০০ টকা
৪। তিনিটা ঘড়ীৰ দাম ?
সমাধান ঃ দিয়া আছে,
এটা ঘড়ীৰ দাম = ৮৭৫.০০ টকা

তিনিটা ঘড়ীৰ দাম = ৮৭৫.০০ 🇽 ৩
= ২৬২৫.০০ টকা
৫। দুটা ছাতিৰ দাম ?
সমাধান ঃ দিয়া আছে,
এটা ছাতিৰ দাম = ১২০.০০ টকা

দুটা ছাতিৰ দাম = ১২০.০০ 🇽 ২
= ২৪০.০০ টকা
৬। তিনিখন মেজৰ দাম ?
সমাধান ঃ দিয়া আছে,
এখন মেজৰ দাম = ৭৫৫.৫০ টকা

তিনিখন মেজৰ দাম = ৭৫৫.৫০ 🇽 ৩
= ২২৬৬.৫০ টকা
৭। দহটা কলমৰ দাম ?
সমাধান ঃ দিয়া আছে,
এটা কলমৰ দাম = ১৬.৫০ টকা

দহটা কলমৰ দাম = ১৬.৫০ 🇽 ১০
= ১৬৫.০০ টকা
৮। বাৰখন মেজৰ দাম ?
সমাধান ঃ দিয়া আছে,
এখন মেজৰ দাম = ৭৫৫.৫০ টকা

বাৰখন মেজৰ দাম = ৭৫৫.৫০ 🇽 ১২
= ৯০৬৬.০০ টকা
২। পূৰণ কৰা ঃ
১।
সমাধান ঃ

২।
সমাধান ঃ

৩।
সমাধানঃ

৪।
সমাধান ঃ

৫।
সমাধান ঃ

৬।
সমাধানঃ

৭।
সমাধানঃ

৮।
সমাধান ঃ

৯।
সমাধান ঃ

১০।
সমাধান ঃ

৩। সমাধান কৰা ঃ
১। এখন কিতাপৰ দাম ৩২.৫০ টকা হ’লে, ৪খন কিতাপৰ দাম কিমান ?
সমাধান ঃ দিয়া আছে,
এখন কিতাপৰ দাম = ৩২.৫০ টকা
∴ চাৰিখন কিতাপৰ দাম = ৩২.৫০ 🇽 ৪
= ১৩০.০০ টকা
২। এটা কণীৰ দাম ৫.৫০ টকা হ’লে,১২টা কণীৰ দাম কিমান ?
সমাধান ঃ দিয়া আছে,
এটা কণীৰ দাম = ৫.৫০ টকা
∴ ১২ টা কণীৰ দাম = ৫.৫০ 🇽 ১২
= ৬৬.০০ টকা
৩। এখন টেবুলৰ দাম ৯০৫.০০ টকা হ’লে, ২৮ খন টেবুলৰ দাম কিমান ?
সমাধান ঃ দিয়া আছে,
এখন টেবুলৰ দাম = ৯০৫.০০ টকা
∴ ২৮ খন টেবুলৰ দাম = ৯০৫.০০ 🇽 ২৮
= ২৫৩৪০.০০ টকা
৪। এক দস্তা বহীপাতৰ দাম ১২.৫০ টকা হ’লে, ৮ দস্তা বহীপাতৰ দাম কিমান হ’ব ?
সমাধান ঃ দিয়া আছে,
এক দস্তা বহীপাতৰ দাম = ১২.৫০ টকা
∴ ৮ দস্তা বহীপাতৰ দাম = ১২.৫০ 🇽 ৮
= ১০০.০০ টকা
৫। এজন কৰ্মচাৰীৰ দৈনিক আয় ৬১৫.০০ টকা হ’লে,তেওঁৰ মাহিলি আয় কিমান হ’ব ? (১ মাহ = ৩০ দিন)
সমাধান ঃ দিয়া আছে,
কৰ্মচাৰীজনৰ দৈিক আয় = ৬১৫.০০ টকা
∴ তেওঁৰ মাহিলি আয় = ৬১৫.০০ 🇽 ৩০
= ১৮৪৫০.০০ টকা