🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 4 Maths Solution Chapter 1 জ্য়ামিতিৰ প্ৰাথমিক ধাৰণা । Question Answer |

Chapter 1

জ্য়ামিতিৰ প্ৰাথমিক ধাৰণা 

১। শুদ্ধ নে অশুদ্ধ লিখা 

ক) বিন্দুৰ স্থিতি আছে, কিন্তু আকাৰ নাই।

উত্তৰ- 

খ) সৰল ৰেখা এডাল পোন ৰেখা এডাল পোন ৰেখা আৰু দুয়োপিনে দিশ সলনি নকৰাকৈ বিস্তাৰিত হৈ থাকে।

উত্তৰ-

গ) মেজ এখনৰ উপৰিভাগ এখন সমতল।

উত্তৰ- শুদ্ধ।

ঘ) দুডাল সমান্তৰাল ৰেখাই কটাকটি কৰে।

উত্তৰ- অশুদ্ধ।

ঙ) দুটা নিৰ্দ্দিষ্ট বিন্দুৰে অসংখ্য় সৰল ৰেখা আঁকিব পাৰি।

উত্তৰ- অশুদ্ধ।

২।  খালী ঠাই পূৰ কৰা

ক) এটা বিন্দুৰে যোৱাকৈ অসংখ্য সৰল ৰেখা আঁকিব পাৰি। (এডাল/দুডাল/অসংখ্য়)

খ) ৰেখা দুবিধ, এবিধ সৰল ৰেখা আৰু আন বিধ __________।

গ) সমতল এখনৰ ওপৰত অসংখ্য সৰল ৰেখা আঁকিব পৰা যায়। (এডাল/দুডাল/অসংখ্য়)

ঘ) দুডাল সৰল ৰেখাই কটাকটি কৰিলে __________ টা কোণ উৎপন্ন হ’ব।

ঙ) এডাল ৰেখাখণ্ডৰ দীঘ জুখিব পৰা যায়। (যায়/নেযায়)

৩। অংকন কৰা

ক) তোমাৰ বহীত দুডাল সমান্তৰাল ৰেখাখণ্ডৰ অংকন কৰা।

উত্তৰ- 

 খ) এটা বিন্দুৰ মাজেৰে যোৱাকৈ পাঁচডাল সৰল ৰেখা অংকন কৰা।

  উত্তৰ- 

 গ) দুটা বিন্দু লোৱা আৰু সেইদুটাৰ মাজেৰে যোৱাকৈ এডাল সৰল ৰেখা অংকন   কৰা।

উত্তৰ- 

ঘ) তিনিডাল সৰল ৰেখা কটাকটি কৰাকৈ অংকন কৰা।

ঙ) তোমাৰ বহীত ৬ ছেমি জোখৰ এডাল ৰেখাখণ্ডৰ অংকন কৰা। ৰেখাখণ্ডডালক           ‘ক’ আৰু ‘খ’ ৰে নামাংকন কৰা।

৪।        অংকন কৰা(কোণ মান যন্ত্ৰৰ সহায়ত)

            ক) ৩০° জোখৰ এটা কোণ অংকন কৰা।

            খ) ৬০° জোখৰ এটা কোণ অংকন কৰা।

            গ) ৯০° জোখৰ এটা কোঁ অংকন কৰা।

            ঘ) ১৩০° জোখৰ এটা কোণ অংকন কৰা।

            ঙ) ১৮০° জোখৰ এটা কোণ অংকন কৰা।

৫।       দুডাল সৰল ৰেখাই কটাকটি কৰোটে উৎপন্ন হোৱা কোণ চাৰিটা জোখ নিৰ্ণয় কৰা।           ইয়াৰে দুটা দুটা কোণ সমান হয় নে? সমান হোৱা কোণ দুটাৰ অৱস্থান পৰ্যবেক্ষণ         কৰা।

Type – Boby Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop