🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 4 Maths Solution Chapter 12 সময় (খ)। Question Answer |

Chapter 12

সময় (খ)

১।        ঘড়ীৰ কাঁটাবোৰ চাই কিমান বাজিছে লিখা।


২।        তলত উল্লেখ কৰা সময় অনুসৰী ঘড়ীত কাঁটাৰ অৱস্থান আঁকি দেখুওৱা।


৩। তিনিজন বন্ধুৱে ঘড়ীত সময় চাইছে। কাৰটো শুদ্ধ হৈছে?

৪।        ঘড়ী দুটাত চাই সময়ৰ পাৰ্থক্য় কিমান মিনিট হ’ব নিৰ্ণয় কৰা

৫।             তোমালোকৰ শ্ৰেণীৰ দৈনিক সময় তালিকাখন লিখা। তালিকাখনৰ পৰা উত্তৰ লিখা—

ক) কিমান সময়ত বন্দনা আৰম্ভ হয় ?

খ) কিমান সময়ত প্রথম কালাংশ আৰম্ভ হয় আৰু কিমান সময়ত শেষ হয়?

গ) প্রথম কালাংশৰ মুঠ সময় কিমান?

ঘ) দুপৰীয়াৰ আহাৰ বিৰতিৰ বাবে কিমান সময় পোৱা ?

ঙ) কিমান সময়ত নিকেতন চুটী হয়?

চ) তুমি নিকেতনত কিমান সময় থাকা?

৬।       ১২ ঘণ্টীয়া ঘড়ীৰ সময়বোৰ ২৪ ঘণ্টীয়া ঘড়ীৰ সময়ত প্ৰকাশ কৰা ঃ

১২ ঘণ্টীয়া ঘড়ীৰ সময় ২৪ ঘণ্টীয়া ঘড়ীৰ সময় 
ৰাতিপুৱা ৫:১৫
আগবেলা ৬:৪৫
পিছবেলা ২:২০
পিছবেলা ৪:৩০
গধূলি ৬:৪০
ৰাতি ১১:০০
ৰাতি ১১:২৫
দুপৰীয়া ১২:০০

৭।        আগবেলা ৬:৩০ বজাৰ পৰা সিদিনা আগবেলা ১১:০০ বজালৈ কিমান সময়?

৮।       আগবেলা ৯:১৫ বজাৰ পৰা সিদিনা দূপৰীয়া ১২:০০ বজালৈ কিমান সময় ?

৯।        আগবেলা ১০:৩০ বজাৰ পৰা সিদিনা পিছবেলা ৩:০০ বজালৈ কিমান সময় ?

১০।      এতিয়া সময় আগবেলা ১০:৩০ বাজিছে। ৬ ঘণ্টা পিছত কিমান সময় হ’ব? হ’ব?

১১।      এতিয়া সময় আগবেলা ১০:০০ বাজিছে। ৫ ঘণ্টা ২০ মিনিট পিছত কিমান সময়

১২।      মিনিটত প্ৰকাশ কৰাঃ

ক) ২ ঘণ্টা

খ) ২ ঘণ্টা ২০ মিনিট

গ) ৩ ঘণ্টা ১০ মিনিট

ঘ) ২ ঘণ্টা ৪০ মিনিট

১৩।     তোমাৰ ঘড়ীটোলৈ চাই প্রশ্নবিলাকৰ উত্তৰ দিয়া ঃ

ক) মিনিটৰ কাঁটাডালে ৩ৰ পৰা আৰম্ভ কৰি ঘূৰি আহি আকৌ ৩ পাবলৈ কিমান সময় লাগিব?

খ) মিনিটৰ কাঁটাডাল ৩ ত থকা অৱস্থাত ঘণ্টাৰ কাঁটাডাল ৬ত আছিল মিনিটৰ কাঁটাডাল ঘূৰি আহি পুণৰ ৩ পাওঁতে ঘণ্টাৰ কাঁটাডাল ক’ত থাকিব?

গ) মিনিটৰ কাঁটাডাল এটা ঘৰ পোৱাৰ পিছত কিমান সময় হ’ব?

ঘ) ঘণ্টাৰ কাঁটাডাল এটা ঘৰ যোৱাৰ পিছত কিমান সময় হ’ব?

ঙ) মিনিটৰ কাঁটাডালে এদিনত কেইপাক ঘূৰে?

চ) ঘণ্টাৰ কাঁটাডালে এদিনত কেইপাক ঘূৰে?

১৪।      এখন ৰেল ৰাতি ৭:৪০ বজাত এৰিব। এই সময়টো ৰেল বিভাগৰ টিকটত কি বুলি লিখা থাকিব?

১৫।     লীনাহঁতে এটা দূৰণীবটীয়া যাত্ৰাত ৪ ঘণ্টা ২০ মিনিট ৰেলেৰে যোৱাৰ পিছত ১ ঘণ্টা ১০ মিনিট বাছেৰে গ’ল। লীনাহঁতে মুঠতে কিমান সময় যাত্ৰা কৰিলে ?

১৬।     সুষমাহঁতে গুৱাহাটীৰ পৰা যোৰহাটলৈ ৰেলেৰে যাব। গুৱাহাটীত ৰেলখন এৰাৰ সময় ৬:৩০। যোৰহাট গৈ পোৱাৰ সময় ১৩:৪৫। সুষমাহঁতে কিমান সময় ৰেলেৰে ভ্ৰমণ কৰিলে ?

Type – Boby Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop