গ্ৰাহক আহিলে খং উঠা দোকানীজন | Lesson 8 | Class 4 Assamese | Question Answer | Assam Jatiya Bidyalay | চতুৰ্থ শ্ৰেণী | অসমীয়াৰ প্ৰশ্ন উত্তৰ | অসম জাতীয় বিদ্যালয় |

Lesson 8

গ্ৰাহক আহিলে খং উঠা দোকানীজন

ক্ৰিয়া-কলাপ

অৰ্থৰ সৈতে চিনাকী হওঁ আহা:

 ভ্ৰক্ষেপ  = কেৰাহীকৈ চোৱা কাৰ্য্য

 ভ্ৰক্ষেপ নকৰ  = আওকাণ কৰ; আৱহেলা কৰ

 দৃঢ়প্ৰতিজ্ঞ  =  প্ৰতিজ্ঞাত স্হিৰ

 পানীপোতা  =  খেৰৰ বা টিনৰ ঘৰৰ চালৰ তলত পানী পৰা ভাগ

⚪ পঢ়া আৰু বুজা :

 বই  যই  ব্য

 সই  ৱই  স্ব

 নই  সই  ন্স

[১] পঢ়া আৰু লিখা:

 ব্যতিক্ৰম  ব্যৱহাৰ  স্বাধীন  স্বাভাৱিক  ফ্ৰান্স

[২] প্ৰথমে কোৱা, তাৰ পাছত লিখা:

 ক) দোকানীজনৰ দোকানখন কিয় বন্ধ হোৱাৰ উপক্ৰম হৈছিল?

উত্তৰঃ 

 খ) লিউৱেনহুকে কি হোৱাৰ সপোন দেখিছিল?

উত্তৰঃ 

 গ) লিউৱেনহুকে কি কাৰণ মনত বৰ ৰং পাইছিল?

উত্তৰঃ 

 ঘ) তেওঁ কেনেধৰনৰ লেন্স তৈয়াৰ কৰাত ব্যস্ত আছিল?

উত্তৰঃ 

 ঙ) বিশ্বৰ প্ৰথমটো আধুনিক অণুবীক্ষণ যন্ত্ৰ কিমান চনত কোনে

 আৱিষ্কাৰ কৰিছিল? তেওঁৰ ক’ত জন্ম হৈছিল?

উত্তৰঃ

 চ) লিউৱেনহুকে অণুবীণক্ষণ যন্ত্ৰটোৰে কি কি পৰীক্ষা কৰিছিল?

উত্তৰঃ 

 ছ) অণুবীক্ষণ যন্ত্ৰৰে পৰীক্ষা কৰি লিউৱেনহুকে কি কি নতুন কথা জানিব পাৰিলে?

উত্তৰঃ 

 জ) জীৱাণু মানে কি?

উত্তৰঃ 

[৩] পাঠটো পঢ়ি লিউৱেনহুকৰ বিষয় দহোটামান বাক্যত এটি টোকা লিখা।

[৪] বুজা আৰু বাক্য সাজা:

 কাটি কাটি : ভাস্কৰগৰাকীযে শিল কাটি কাটি মূৰ্তি সাজিলে।

 সৰু সৰু  : 

 চাই চাই  : 

 ক্ষুদ্ৰ ক্ষুদ্ৰ  : 

 শুই শুই  : 

 ৰৈ ৰৈ  : 

[৫] বুজাই আৰু লিখা:

 সমাজ – সমজুৱা

 পথাৰ –

 বজাৰ – 

 এঙাৰ –

 কল পাত –

[৬] কোনে কৈছিল, কাক কৈছিল:

 “কি হ’লনো? কিয় এনেদৰে মাতিলে?  দেখা নাই নে, মই কাম যে কৰি আছোঁ!

মোক এতিয়া  দিগদাৰ নকৰিলে।

[৭] তুমি জনা আন আন বিজ্ঞানীসকলে এনেদৰে কি কি বস্ত্ত উদ্ভাৱন কৰি

 উলিয়াইছে, তাৰ এখন তালিকা কৰা।

[৮] তলত দিয়া বিজ্ঞানী দুগৰাকীৰ বিষয়ে জানিবলৈ চেষ্ঠা কৰা:

 ক) গেলিলিঅ’ গেলিলি

 খ) গুগ্লিয়েম’ মাৰ্ক’নি

[৯] নতুন শব্দ গঠন কৰা:

 বলিয়া – বলিয়ালি

 ল’ৰা – 

 কৃপণ –

 চতুৰ –

 টেঙৰ –

 ধূৰ্ত –

 বান্দৰ –

 ভণ্ড – 

 [১০] পঢ়া বুজা আৰু লিখা:

 কিলবিল –

 বাক্য –

 পিৰপিৰ –

 বাক্য – 

 খিলখিল –

 বাক্য – 

 তিৰবিৰ –

 বাক্য –

 গিজগিজ –

 বাক্য –

 চিকমিক –

 বাক্য –

[১১] বিপৰীত অৰ্থবোধক শব্দ লিখা:

 ক্ষুদ্ৰ-

 উন্নত-

সক্ষম –

পৰিষ্কাৰ-

[১২] ভাবা আৰু উত্তৰ উলিওৱা:

 কাণত ধৰে, নাকত বহে

বস্তুটোনো কি?

 বহুতকে লাগে।

উত্তৰঃ

Type by : Pompi Hazarika

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop