চতুৰ্ভুজ
অনুশীলনী 3.1
1. নিম্নলিখিত বহুভুজবোৰ আঁকা,
(i) উত্তল ষড়ভুজ (ii) অৱতল সপ্তভুজ (iii) অৱতল পঞ্চভুজ
Solution:

(ii)
Solution:অৱতল সপ্তভুজ

(iii)
Solution: অৱতল পঞ্চভুজ

2. নিম্নলিখিত উত্তল বহুভুজবোৰ আঁকা আৰু প্ৰত্য়েকটোৰ কৰ্ণ চিহ্নিত কৰি মুঠকৰ্ণৰ সংখ্য়া লিখা ।
(i) সুষম ষড়ভুজ (ii) অষ্টভুজ (iii) নৱভুজ (iv) দশভুজ
Solution:

ABCDEF এটা সুষম ষড়ভুজ
AC, AD, AE, BF, BE, BD, CF, CE, DF
∴ মুঠ 9টা কৰ্ণ ।
(ii)
Solution:অষ্টভুজ

AC, AD, AE, AG, BD, BF, BG, BH,
CE, CG, DG, DH, EH, FH, IC, FA,
DF, EB, EG, HC,
মুঠ কৰ্ণ 20 টা ।
(iii)
Solution: নৱভুজ
(iv)
Solution:দশভুজ
3. নিম্নলিখিত সুষম বহুভুজবোৰ আঁকা, প্ৰত্য়েকটোৰ কোণৰ সমষ্টি উলিওৱা আৰু বহুভুজবোৰ প্ৰতিটো কোণৰ পৰিমাণ কিমান হ’ব উলিওৱা ।
(i) সুষম ষড়ভুজ (ii) সুষম নৱভুজ (iii) 12 সংখ্য়ক বাহু থকা
সুষমবহুভুজ বহুভুজ
Solution:সুষম ষড়ভুজ


∴ প্ৰতিটো কোণৰ জোখ (ii) সুষম নৱভুজ
Solution:
(iii) 12 সংখ্য়ক বাহু থকা সুষমবহুভুজ বহুভুজ
Solution:
4. তলৰ চিত্ৰবোৰৰ a, b কোণৰ জোখ উলিওৱা
Solution:সুষম নৱভুজ
(i)

Solution: আমি জানো যে পঞ্চভুজ অন্ত:কোণৰ সমষ্টি


(ii)

Solution: পঞ্চভুজ অন্ত:কোণৰ সমষ্টি

(iii)

Solution: চতুভুজটোৰ অন্ত:কোণৰ সমষ্টি

(iv)

Solution: ষড় বহুভুজটোৰ বহি:কোণৰ সমষ্টি

(v)

Solution: বহুভুজটোৰ বহি:কোণৰ সমষ্টি

5. এটা সুষম বহুভুজৰ এটা বহিঃকোণৰ জোখ হ’লে বহুভুজৰ বাহুসংখ্য়া কিমান ?
Solution: বহুভুজৰ বহি:কোণৰ সমষ্টি
∴ বাহু সংখ্য়া

6. 20টা বাহু বিশিষ্ট এটা সুষম বহুভুজৰ প্ৰতিটো বহিঃকোণৰ জোখ কিমান হ’ব ?
Solution: আমি জানো যে
বহুভুজৰ বহি: সংখ্য়া = 20 টা
∴ প্ৰতিটো বহি:কোণৰ জোখ

7. তলৰ একেটা সুষম বহুভুজৰ অন্তঃকোণৰ জোখ দিয়া আছে ।বহুভুজকেইটাৰ বাহুৰ সংখ্য়া উলিওৱা।
Solution: এটা বহুভূজৰ অন্তকোণৰ জোখ =
Solution:এটা বহুভুজৰ অন্ত:কোণৰ জোখ

Solution: এটা বহুভুজৰ অন্ত:কোণৰ সমষ্টি জোখ

Solution: এটা বহুভুজৰ অন্ত:কোণৰ সমষ্টি জোখ

Solution: এটা বহুভুজৰ অন্ত:কোণৰ সমষ্টি

8. তলত দিয়া সংখ্য়াবোৰ বহুভুজৰ বাহুৰ সংখ্য়া হ’লে প্ৰতিটো বহুভুজৰ অন্তঃকোণৰ সমষ্টি উলিওৱা ।
(i)12
Solution:
(ii) N =14
Solution:

(iii) N =20
Solution:

(iv) N = 24
Solution:

(v) N = 25
Solution:

9. তলৰ উক্তিবোৰ সঁচা নে মিছা, যুক্তিসহকাৰে লিখা
(i) এটা সুষম বহুভুজৰ প্ৰতিটো বহিঃকোণৰ জোখহ’ব নোৱাৰে।Solution: সত্য় ।
(ii) এটা সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ জোখ হ’ব পাৰে।
Solution: অসত্য় ।
(iii) এটা সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ বহিঃকোণ
Solution: অসত্য় ।
(iv) এটি সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ অন্তঃকোণ
Solution: অসত্য় ।
(v) এটি সুষম বহুভুজৰ আটাইতকৈ সৰু অন্তঃকোণ
Solution: সত্য় ।