অনুশীলনী 5.2
1. তলত 60 জন মানুহৰ প্ৰত্য়েকৰে নিজৰ নিজৰ প্ৰিয় খেলৰ তথ্য় দিয়া হৈছে। তথ্য়খিনিৰ পৰা এখন পাইচিত্ৰ অংকণ কৰা।

Solution:


2. এখন ফুটবল খেল উপভোগ কৰিবলৈ 600 জন মানুহ খেলপথাৰত উপস্থিত হৈছিল। খেল চাবলৈ আহোঁতে তেওঁলোকে ব্য়ৱহাৰ কৰা যানবাহনৰ সংখ্য়া লগতে খোজ কাঢ়ি অহা ব্য়ক্তিৰ সংখ্য়া তলৰ পাইচিত্ৰত দেখুওৱা হ’ল।
চিত্ৰৰ পৰা তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া –
(i) কিমানজন মানুহে খোজ কাঢ়ি আহিছিল ?
(ii) স্কুটাৰ / মটৰ চাইকেল ব্য়ৱহাৰ কৰি অহা আৰু চাৰিচকীয়া বাহন ব্য়ৱহাৰ কৰি অহা ব্য়ক্তিৰ মাজৰ পাৰ্থক্য় কিমান ?
(iii) 200 জন ব্য়ক্তিয়ে কি বাহন ব্য়হাৰ কৰিছিল ?

Solution:
(i)

(ii)

(iii)

3. এখন বিদ্য়ালয়ৰ মুঠ 720 জন ছাত্ৰ-ছাত্ৰীৰ ষষ্ঠ, সপ্তম, অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া তলত দিয়া ধৰণৰ। এখন পাইচিত্ৰত তথ্য়খিনি প্ৰদৰ্শন কৰা।

Solution:


4. কোনো এটা শ্ৰেণীৰ 180 জন ছাত্ৰ-ছাত্ৰীৰ গল্প, উপন্য়াস, সাধু, কবিতা আৰু আত্মজীৱনী পঢ়ি ভালপোৱা ছাত্ৰ-ছাত্ৰীৰ এটা বৃত্তচিত্ৰ অংকণ কৰা হৈছে। চিত্ৰ পৰা তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।
(i) কিমানজন ছাত্ৰ-ছাত্ৰীয়ে উপন্য়াস পঢ়ি ভাল পায় ?
(ii) আটাইতকৈ বেছি ছাত্ৰ-ছাত্ৰীয়ে কি পঢ়ি ভাল পায় আৰু কিমানজন ?
(iii) কবিতা আৰু আত্মজীৱনী পঢ়ি ভালপোৱা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া কিমান ?

Solution: মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া = 180 জন
(i)

(ii)

(iii) কবিতা আৰু আত্মজীৱনী পঢ়ি ভালপোৱা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া

5. ফলৰ বাগিচা এখনত থকা গছৰ সংখ্য়া এনে ধৰণৰ-

Solution:

