পৰিমিতি। Class 8 Mathematics Lesson 11.2 Solution Assam | অষ্টম শ্ৰেণীৰ বাবে পৰিমিতি পাঠটো প্ৰশ্ন আৰু উত্তৰ ।

পৰিমিতি

অনুশীলনী 11.2

1. এটা ঘনকৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 27 চে মি হ’লে ঘনকটোৰ পৃষ্ঠকালি উলিওৱা।

Solution: 

2. এটা কোঠাৰ মজিয়াখনৰ পৰিসীমা 30 মিটাৰ আৰু কোঠাটোৰ উচ্চতা পৰিসীমাৰ 1/10 অংশ হ’লে কোঠাটোৰ চাৰিবেৰৰ কালি নিৰ্ণয় কৰা।

Solution:

3. আয়তীয় ঘনক এটাৰ মুঠ পৃষ্ঠকালি 50 বৰ্গ মিটাৰ আৰু পাৰ্শ্বপৃষ্ঠৰ কালি 30 বৰ্গ মি হ’লে ইয়াৰ ভূমি তলৰ কালি উলিওৱা।

Solution:

4. 80 চে মি X 48 চে মি X 24 চে মি মাপৰ বাকচ এটা এখন কাপোৰেৰে ঢাকিব লাগে। যদি কাপোৰখনৰ প্ৰস্থ 96 চে মি হয় তেন্তে 100 টা বাকচ ঢাকিবলৈ কিমান মিটাৰ কাপোৰ লাগিব?

Solution: 

5. এটা ৰোলাৰৰ ব্যাস 84 চে মি আৰু দীঘ 120 চে মি। এখন খেলপথাৰ সমান কৰিবলৈ ৰোলাৰখনৰ 500 বাৰ ঘূৰ্ণনৰ আৱশ্যক হয়। প্ৰতি বৰ্গ মিটাৰত 75 পইচা হিচাপে খেলপথাৰখন সমান কৰোতে কিমান খৰচ পৰিব?

Solution: 

6. এখন মুখ খোলা দৈৰ চুঙা এটাৰ ভূমি ব্যাসাৰ্ধ14 চে মি আৰু উচ্চতা30 চে মি হ’লে চুঙাটোৰ বক্ৰ পিঠিৰ কালি উলিওৱা।

Solution: 

7. 5 চে মি বাহুৰ দৈৰ্ঘ্যৰ 3 টা ঘনক দীঘে দীঘে লগ লগোৱা হৈছে। এই আয়তীয় ঘনকটোৰ মুঠ পৃষ্ঠকালি উলিওৱা।

Solution:

8. 14 চে মি উচ্চতাৰ চুঙা এটাৰ বক্ৰপৃষ্ঠৰ কালি 88 বৰ্গ চে মি হ’লে চুঙাটোৰ ভূমিৰ ব্যাস নিৰ্ণয় কৰা।

Solution: 

      = 1X2

      =2

9. এটা মন্দিৰত 25 টা লম্ব বৃত্তাকাৰ খুঁটা আছে আৰু প্ৰতিটো খুঁটাৰ ব্যাসাৰ্ধ 28 চে মি আৰু উচ্চতা 4 মিটাৰ। প্ৰতি বৰ্গমিটাৰত 8 টকা হাৰে খুঁটাকেইটাৰ বক্ৰপৃষ্ঠত ৰং কৰিবলৈ কিমান টকা খৰচ পৰিব?

Solution: 

10. 7 চে মি ব্যাসৰ আৰু 12 চে মি চুঙাকৃতি উচ্চতাৰ গিলাচ এটাৰ পাৰ্শ্বীয় আৰু ভূমিতলৰ মুঠ পৃষ্ঠকালি কিমান হ’ব?

Solution:

11. চিমেন্টেৰে নিৰ্মিত হিউম নল (Hume Pipe) এডালৰ ব্যাস 1400 মি মি আৰু দৈৰ্ঘ্য 2500 মি মি। তেনেকুৱা 22 ডাল নলৰ বাহিৰৰ ফালে ৰং কৰোতে খৰচ কিমান হ’ব যদি প্ৰতি বৰ্গ মিটাৰৰ খৰচ 8 টকা হয়।

Solution:  

Type: Pompi Hazarika

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping