সূচক আৰু ঘাত। Class 8 Mathematics Lesson 12.2 Solution Assam | অষ্টম শ্ৰেণীৰ বাবে সূচক আৰু ঘাত পাঠটো প্ৰশ্ন আৰু উত্তৰ ।

সূচক আৰু ঘাত

অনুশীলনী 12.2

1. তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰাঃ

2. তলৰ সংখ্যীবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰাঃ

3. তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত প্ৰকাশ কৰাঃ

4. তলৰ উক্তিবোৰত থকা সংখ্যাসমূহ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা।

i) পোহৰৰ বেগ প্ৰতি চেকেণ্ডত 300000কি মি 

ii) সূৰ্য আৰু শনিৰ মাজৰ দৃৰত্ব 1,433,500,000,000

iii)18 গ্ৰাম পানীত 602,300,000,000,000,000,000,000 সংখ্যাক অণু থাকে।

iv) কোনো এটা পদাৰ্থৰ অণুৰ ব্যাস 0.000000015 চে মি

v) এটা বেক্টেৰিয়াৰ আকাৰ 0.0000005 মি

5. তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰি ঊৰ্ধ্বক্ৰমত সজোৱা

ঊৰ্ধ্বক্ৰম

6. যোগ কৰা

7. বিয়োগ কৰা

Type: Pompi Hazarika

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping