গদাধৰ সিংহক ল’ৰা ৰজাৰ সৈন্যৰ পৰা বচাবলৈ গদাধৰ সিংহৰ কথামতে তেওঁলোক তিনিগৰাকীয়ে গদাধৰক কাপোৰ এখনেৰে ঢাকি নিজৰ স্বমী মৰিল বুলি ইনাই-বিনাই কান্দিছিল আৰু সৈন্য সকলেও মৰা মানুহ বুলি গুছি গৈছিল।