🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

AJB Class 4 Social Science Chapter 10 MCQ Answer | নিৰ্বাচনৰ ধাৰণা

 Chapter 10

নিৰ্বাচনৰ ধাৰণা

1. নিৰ্বাচনৰ প্ৰতিশব্দটো নাম কি?

(ক) ইলেকচন

(খ) বাচনি

(গ) ভোট

উত্তৰঃ (ক) ইলেকচন

2. নিৰ্বাচন কি?

(ক) বাছনি প্ৰক্ৰিয়া

(খ) ইলেকচন

(গ) ভোট

উত্তৰঃ (ক) বাছনি প্ৰক্ৰিয়া

3. অসম ৰাজ্য়খন ঠিকমতে চলি থাকিবলৈ হ’লে এটা নিৰ্দিষ্ট ব্য়ৱস্থাক প্ৰয়োজন সেই ব্য়ৱস্থাটোক কি বোলে?

(ক) শাসন ব্য়ৱস্থা

(খ) সংবিধান

(গ) এটাও নহয়

উত্তৰঃ (ক) শাসন ব্য়ৱস্থা

4. নিৰ্বাচনত উঠা মানুহবোৰৰ নাম কি কাগজত লিখা থাকে?

(ক) বেলট কাগজত

(খ) বগা কাগজত

(গ) ৰঙা কাগজত

উত্তৰঃ (ক) বেলট কাগজত

5. ইলেকট্ৰনিক ভোটিং মেচিনৰ ক্ষেত্ৰত নিৰ্বাচনত উঠা মানুহবোৰৰ নাম ক’ত লিখা থাকে?

(ক) মেচিনৰ স্ক্ৰীণত লিখা থাকে

(খ) বেলট লিখা থাকে

(গ) বগা কাগজত

উত্তৰঃ (ক) মেচিনৰ স্ক্ৰীণত লিখা থাকে

6. ভোট গণনাত যিয়ে বেছি ভোট লাভ কৰে তেৱেঁই ___________ কৰে।

(ক) পৰাজয় হয়

(খ) জয়লাভ কৰে

(গ) এটাও নহয়

উত্তৰঃ (খ) জয়লাভ কৰে

7. জয়লাভ কৰা পাৰ্থীসকলেই আমাৰ দেশ , আমাৰ ৰাজ্য় ______ কৰাৰ সুবিধা পায়।

(ক) শাসন

(খ) জয়

(গ)  চলোৱা

উত্তৰঃ (ক) শাসন

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop