🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

AJB Class 4 Social Science Chapter 11 MCQ Answer | যন্ত্ৰশিল্প বা উদ্য়োগ

Chapter 11

যন্ত্ৰশিল্প বা উদ্য়োগ

1. যন্ত্ৰশিল্পক সাধাৰণতে কি বুলি কোৱা হয়?

(ক) উদ্য়োগ

(খ) কুটীৰ শিল্প

(গ) শোধনাগাৰ

উত্তৰঃ (ক) উদ্য়োগ

2. উদ্য়োগত কোনো বস্তু উৎপাদন কৰিবলৈ কিহৰ প্ৰয়োজন?

(ক) কেঁচামালৰ প্ৰয়োজন

(খ) মাটিৰ প্ৰয়োজন

(গ) বায়ু প্ৰয়োজন

উত্তৰঃ (ক) কেঁচামালৰ প্ৰয়োজন

3. তেল শোধনাগাৰত কি কেঁচামালৰ প্ৰয়োজন হয়?

(ক) কপাহ

(খ) খাৰুৱা তেল

(গ) চূণশিল

উত্তৰঃ (খ) খাৰুৱা তেল

4. বস্ত্ৰ উদ্য়োগত কি কেঁচামালৰ প্ৰয়োজন?

(ক) কপাহ

(খ) বাঁহ

(গ) কাঠ

উত্তৰঃ (ক) কপাহ

5. সাৰ কাৰখানাত কি কেঁচামালৰ প্ৰয়োজন হয়?

(ক) প্ৰাকৃতিক গ্ৰেছ

(খ) কয়লা

(গ) চাহগছৰ

উত্তৰঃ (ক) প্ৰাকৃতিক গ্ৰেছ

6. অসমৰ প্ৰধান খনিজ সম্পদ বিধ কি?

(ক) খাৰুৱা তেল

(খ) চিমেন্ট

(গ) কয়লা

উত্তৰঃ (ক) খাৰুৱা তেল

7. ক’ত অসমৰ প্ৰথমটো শোধনাগাৰ  ১৯০১ চনতে স্থাপন কৰা হৈছিল?

(ক) ডিগবৈত

(খ) গুৱাহাটী

(গ) তেজপুৰ

উত্তৰঃ (ক) ডিগবৈত

8. অসমৰ ডিব্ৰুগড় জিলাৰ ক’ত এটা সাৰ কাৰখানা আছে?

(ক) বোকাজান

(খ) নাহৰকতীয়া

(গ) নামৰূপত

উত্তৰঃ (গ) নামৰূপত

9. অসমত প্ৰায় কেইখন সৰু-ডাঙৰ চাহ বাগিচা আছে?

(ক) ৮ খন

(খ) ১০ খন

(গ) ১২ খন

উত্তৰঃ (ক) ৮ খন

10. অসমত যিমান সম্পদ আছে, তাৰ তুলনাত কিহৰ সংখ্য়া বহু কম?

(ক) গছ-গছনিৰ

(খ) মানুহৰ

(গ) উদ্য়োগৰ

উত্তৰঃ (গ) উদ্য়োগৰ

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop