🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

AJB Class 4 Social Science Chapter 3 MCQ Answer | অসমৰ জিলাসমূহ (তৃতীয় খণ্ড)

 Chapter 3

অসমৰ জিলাসমূহ (তৃতীয় খণ্ড)

1. দৰং জিলা কোনটো উপত্য়কাত অৱস্থিত

(ক) বৰাক

(খ) ব্ৰহ্মপুত্ৰ

(গ) এটাও নহয়

উত্তৰঃ (খ) ব্ৰহ্মপুত্ৰ

2. খাৰুপেটীয়াত যথেষ্ট কি উৎপাদন হয়?

(ক) ফল-মূল

(খ) শাক-পাচলি

(গ) মৰাপাট

উত্তৰঃ (খ) শাক-পাচলি

3. পাথৰিঘাটত ব্ৰিটিছৰ বিৰুদ্ধে কিমান চনত কৃষক বিদ্ৰোহ হৈছিল?

(ক) ১৮৯৪

(খ) ১৫৫৫

(গ) ১৬৭৪

উত্তৰঃ (ক) ১৮৯৪

4. পশ্চিম কাৰ্বি আংলং জিলাখন কিমান চনত গঠন কৰা হয়?

(ক) ২০১৬

(খ) ২০১৭

(গ) ২০১৮

উত্তৰঃ (ক) ২০১৬

5. কাৰ্বি আংলং জিলাৰ মহকুমাটোৰ নাম কি?

(ক) দন্দুৱা

(খ) হামৰেণ

(গ) ডিফু

উত্তৰঃ (খ) হামৰেণ

6. চিৰাং জিলাখন কিমান চনত গঠন কৰা হয়?

(ক) ২০০৩

(খ) ২০০৪

(গ) ২০০৫

উত্তৰঃ (ক) ২০০৩

7. চিৰাং জিলাৰ সদৰ ঠাইৰ নাম কি?

(ক) কাজলগাঁও

(খ) ডিফু

(গ) হামৰেণ

উত্তৰঃ (ক) কাজলগাঁও

8. মানকাচাৰ জিলাৰ মাটি কালি কিমান বৰ্গ কিলোমিটাৰ?

(ক) ৫৬৮

(খ) ৫০০

(গ) ৫০০৭

উত্তৰঃ (ক) ৫৬৮

9. বাগছা জিলাৰ সদৰ ঠাইৰ নাম কি

(ক) মুছলপুৰ

(খ) হামৰেণ

(গ) ডিফু

উত্তৰঃ (ক) মুছলপুৰ

10. বাগছা জিলাৰ মহকুমাৰ কেইটা?

(ক) ৩

(খ) ৪

(গ) ৫

উত্তৰঃ (ক) ৩

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop