🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

AJB Class 4 Social Science Chapter 4 MCQ Answer | অসমৰ প্ৰাকৃতিক সম্পদ

Chapter 4

অসমৰ প্ৰাকৃতিক সম্পদ

1. আমি ব্য়ৱহাৰ কৰা প্ৰায়বোৰ সম্পদৰ প্ৰধান উৎস হ’ল?

(ক) প্ৰকৃতি

(খ) বায়ু

(গ) পানী

উত্তৰঃ (ক) প্ৰকৃতি

2. ‘জ’ মানে কি?

(ক) জন্মা

(খ) জীৱন

(গ) মৃত্য়ু

উত্তৰঃ (ক) জন্মা

3. বনজ মানে কি?

(ক) বনত জন্মা

(খ) হাবিত জন্মা

(গ) ঘৰত জন্মা

উত্তৰঃ (ক) বনত জন্মা

4. অসম ________ সম্পদত চহকী ৰাজ্য়?

(ক) বনজ

(খ) জলজ

(গ) প্ৰাকৃতিক

উত্তৰঃ (ক) বনজ

6. অসমৰ মুঠ মাটিকালিৰ  প্ৰায় শতকৰা __________ ভাগ বনাঞ্চল?

(ক) পয়ত্ৰিশ

(খ) এক

(গ) দুই

উত্তৰঃ (ক) পয়ত্ৰিশ

7. অসমৰ এটা ___________ গড় পৃথিৱীৰ বিখ্য়াত?

(ক) খড়্গৰ

(খ) এশিঙীয়া

(গ) দুয়োটা উত্তৰ ভূল

উত্তৰঃ (ক) খড়্গৰ

8. প্ৰকৃতিৰ আন এক অনবদ্য় অবদান হ’ ল __________ ।

(ক) চৰাই

(খ) ঘৰ

(গ) মানুহ

উত্তৰঃ (ক) চৰাই

9. ডিমাহাছাও জিলাৰ জাতিংগা নামৰ ঠাইখন কিহৰ বাবে বিখ্য়াত?

(ক) পৰিভ্ৰমী চৰাইৰ বাবে বিখ্য়াত

(খ) গড়ৰ বাবে বিখ্য়াত

(গ) ময়ূৰ  বাবে বিখ্য়াত

উত্তৰঃ (ক) পৰিভ্ৰমী চৰাইৰ বাবে বিখ্য়াত

10. যিবোৰ উদ্ভিদৰ ৰোগ নিৰাময় কৰা গুণ থাকে সেইবোৰ উদ্ভিদক কি বোলে?

(ক) ঔষধি উদ্ভিদ বোলে

(খ) মচলা জাতীয় উদ্ভিদ বোলে

(গ) ঘাঁহ জাতীয় উদ্ভিদ বোলে

উত্তৰঃ (ক) ঔষধি উদ্ভিদ বোলে

11. অসমৰ অভয়াৰাণ্য় আৰু ৰাষ্ট্ৰীয় উদ্য়ানসমূহ কি সম্পদৰ ভঁৰাল?

(ক) বনজ

(খ) জলজ

(গ) প্ৰাকৃতিক

উত্তৰঃ (ক) বনজ

12. কি উৎপাদনৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে চহকী ৰাজ্য়?

(ক) খাৰুৱা তেল

(খ) কেৰাচিন

(গ) কয়লা

উত্তৰঃ (ক) খাৰুৱা তেল

13. ডিগবৈ তেল শোধনাগাৰটো কোনখন মহাদেশৰ প্ৰথমটো শোধনাগাৰ?

(ক) এছিয়া

(খ) গুজৰাট

(গ) মহাৰাষ্ট্ৰ

উত্তৰঃ (ক) এছিয়া

14. খাৰুৱা তেল বহুমূলীয়া ____________।

(ক) খনিজ সম্পদ

(খ) জলজ সম্পদ

(গ) প্ৰাকৃতিক সম্পদ

উত্তৰঃ (ক) খনিজ সম্পদ

14. খাৰুৱা তেলক কিহৰ লগত তুলনা কৰা হয়?

(ক) মণিৰ লগত

(খ) সোণৰ লগত

(গ) মুকুতাৰ লগত

উত্তৰঃ (খ) সোণৰ লগত

15. অসমে প্ৰচুৰ পৰিমাণে খাৰুৱা তেল উৎপাদন কৰে বাবে অসমক কি বুলি  কোৱা হয়?

(ক) পনীয়া সোণৰ ৰাজ্য় বুলিও কোৱা হয়

(খ) নীলা গ্ৰহ বুলিও কোৱা হয়।

(গ) জলজ সম্পদ বুলি কোৱা হয়

উত্তৰঃ (ক) পনীয়া সোণৰ ৰাজ্য় বুলিও কোৱা হয়

16. কয়লাক কি বুলি কোৱা হয়?

(ক) ‘ক’লা হীৰা’

(খ) সোণ

(গ) পনীয়া সোণ

উত্তৰঃ (ক) ‘ক’লা হীৰা’

17. প্ৰকৃতিৰ এক নিৰ্মল সৃষ্টি কি?

(ক) পানী

(খ) মাটি

(গ) কয়লা

উত্তৰঃ (ক) পানী

18. প্ৰাণীৰ পৰা আমি যিবোৰ সম্পদ পোৱা যায় সেই সম্পদবোৰক  কি সম্পদ বোলে?

(ক) জলজ সম্পদ

(খ) বনজ সম্পদ

(গ) প্ৰাকৃতিক সম্পদ

উত্তৰঃ (খ) বনজ সম্পদ

19. অসমৰ প্ৰায় শতকৰা কিমান শতাংশ লোক কৃষিজীৱী?

(ক) ৭৮ শতাংশ

(খ) ৭০ শতাংশ

(গ) ২৯ শতাংশ

উত্তৰঃ (খ) ৭০ শতাংশ

20. অসমৰ প্ৰধান খাদ্য় শস্য় কি?

(ক) ধান

(খ) মাহ

(গ) সৰিয়হ

উত্তৰঃ (ক) ধান

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop