🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

AJB Class 4 Social Science Chapter 6 MCQ Answer | মানচিত্ৰ অধ্য়য়ন

 Chapter 6

মানচিত্ৰ অধ্য়য়ন

1. আমাৰ দেশখনৰ নাম কি?

(ক) অসম

(খ) ভাৰত

(গ) অৰুণাচল প্ৰদেশ

উত্তৰঃ (খ) ভাৰত

2. আমাৰ মহাদেশখনৰ নাম কি?

 (ক) অসম

(খ) ভাৰত

(গ) এছিয়া

উত্তৰঃ (খ) ভাৰত

3. বহুতো দেশ লগ হৈ এখন কি হয়?

 (ক) মহাদেশ

(খ) নগৰ

(গ) চহৰ

উত্তৰঃ  (ক) মহাদেশ

4. ‘মান’ মানে কি?

 (ক) জোখ

(খ) ছবি

(গ) ষ্কেল

উত্তৰঃ  (ক) জোখ

5. ‘চিত্ৰ’ মানে কি?

 (ক) ছবি

(খ) জোখ

(গ) ষ্কেল

উত্তৰঃ  (ক) ছবি

6.  মানচিত্ৰ অধ্য়য়নৰ বাবে যুগুতোৱা মানচিত্ৰৰ সংকলনৰ কিতাপখনক কি বুলি কোৱা হয়?

 (ক) গোলক

(খ) ভূচিত্ৰাৱলী

(গ) ব্য়াকৰণ

উত্তৰঃ (খ) ভূচিত্ৰাৱলী

7. পৃথিৱীত মহাদেশ কেইখন ?

 (ক) ৭

(খ) ৫

(গ) ৮

উত্তৰঃ  (ক) ৭

8. বিষয়বস্তুৰ ওপৰত নিৰ্ভৰ কৰি মানচিত্ৰ কেই প্ৰকাৰৰ?

 (ক) তিনি

(খ) চাৰি

(গ) পাঁচ

উত্তৰঃ  (ক) তিনি

9. অন্ধলোকসকলৰ বাবে কিছুমান মানচিত্ৰ বিশেষভাৱ অংকন কৰা হয় তাক কি বোলে?

 (ক) বিষয়ভিত্তিক মানচিত্ৰ

(খ) বিশেষ মানচিত্ৰ

(গ) সাধাৰণ মানচিত্ৰ

উত্তৰঃ (খ) বিশেষ মানচিত্ৰ

10. যি অনুপাতত পৃথিৱীৰ উপৰিভাগৰ আচল দূৰত্বক মানচিত্ৰত কম কৰি লোৱা হয় তাক কি বোলে?

 (ক) মাপনী বা ষ্কেল

(খ) জোখ

(গ) ছবি

উত্তৰঃ  (ক) মাপনী বা ষ্কেল

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop