🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

AJB Class 4 Social Science Chapter 7 MCQ Answer | আমাৰ দেশ ভাৰত

 Chapter 7

আমাৰ দেশ ভাৰত

1. প্ৰতিখন দেশৰে  __________ থাকে?

(ক) সীমা

(খ) ৰাষ্ট্ৰ থাকে

(গ) প্ৰধান মন্ত্ৰী থাকে

উত্তৰঃ (ক) সীমা

2. সুবিশাল ভাৰতবৰ্ষক ভৌগলিক অৱস্থিতিৰ পৰা  কেইটা ভাগত ভাগ কৰা হৈছে?

(ক) ৫

(খ) ১০

(গ) ৭

উত্তৰঃ (ক) ৫

3. অঞ্চলভেদে ভাৰতৰ প্ৰাকৃতিক জলবায়ু একে?

(ক) হয়

(খ) নহয়

(গ) এটাও নহয়

উত্তৰঃ (খ) নহয়

4. হিমালয় পৰ্বতমালাই ভাৰতৰ উত্তৰ সীমা সমপূৰ্ণৰূপে কি কৰি ৰাখিছে?

(ক) আৱদ্ধ

(খ) আগুৰি

(গ) বাধা দি

উত্তৰঃ (খ) আগুৰি

5. সকলো ধৰ্মকে সমানে গুৰুত্ব দিয়া হয় বাবে ভাৰতক কি বোলা হয়?

(ক) ধৰ্ম নিৰপেক্ষ দেশ বোলা হয়

(খ) অসম

(গ) দেশ

উত্তৰঃ (ক) ধৰ্ম নিৰপেক্ষ দেশ বোলা হয়

6. ভাৰতীয় সংবিধানে বিভিন্ন ভাষাৰ মাজৰ পৰা কেইটা ভাষাক এতিয়ালৈকে স্বীকৃতি দিছে?

(ক) ২২ টা

(খ) ১৫০ টা

(গ) ৬০ টা

উত্তৰঃ (ক) ২২ টা

7. আন্দামান নিকোবৰ দীপপুঞ্জ  ক’ত অৱস্থিত? 

(ক) আৰবসাগৰত

(খ) বঙ্গোপসাগৰত

(গ) গোলাঘাটত

উত্তৰঃ (খ) বঙ্গোপসাগৰত

8.  লাক্ষা দীপপুঞ্জ ক’ত অৱস্থিত?

(ক) আৰব সাগৰত

(খ) বঙ্গোপসাগৰত

(গ) যোৰহাটত

উত্তৰঃ (ক) আৰব সাগৰত

9. তাজমহল ক’ত অৱস্থিত?

(ক) আগ্ৰাত

(খ) বিহাৰৰ পাটনাত

(গ) দিল্লীত

উত্তৰঃ (ক) আগ্ৰাত

10. নালন্দা বৌদ্ধ বিশ্ববিদ্য়ালয় ক’ত অৱস্থিত?

(ক) বিহাৰৰ পাটনাত

(খ) আগ্ৰাত

(গ) দিল্লীত

উত্তৰঃ (ক) বিহাৰৰ পাটনাত

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop