🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

AJB Class 4 Social Science Chapter 9 MCQ Answer | কুটীৰ-শিল্প

Chapter 9 

কুটীৰ-শিল্প

1. কুটীৰ শব্দৰ অৰ্থ কি

(ক) জল

(খ) বায়ু

(গ) ঘৰ

উত্তৰঃ (গ) ঘৰ

2. যিবোৰ বস্তু নতুনকৈ সৃষ্টি হয় সেইবোৰক কি বস্তু বোলে?

(ক) উৎপাদিত বস্তু বোলে

(খ) কেঁচামাল

(গ) শিল্প

উত্তৰঃ (ক) উৎপাদিত বস্তু বোলে

3. আমাৰ অসম ৰাজ্য় কি শিল্পৰ ক্ষেত্ৰত চহকী?

(ক) কুটীৰ-শিল্পৰ ক্ষেত্ৰত

(খ) চিত্ৰ-শিল্পৰ ক্ষেত্ৰত

(গ) দুয়োটাৰ এটাও নহয়

উত্তৰঃ (ক) কুটীৰ-শিল্পৰ ক্ষেত্ৰত

4. ধুবুৰী জিলাৰ আশাৰীকান্দি কিহৰ বাবে বিখ্য়াত?

(ক) মৃৎশিল্পৰ বাবে

(খ) বয়ন শিল্পৰ

(গ) বাঁহ-বেতৰ শিল্প

উত্তৰঃ (ক) মৃৎশিল্পৰ বাবে

5. বৰপেটা জিলাৰ সৰ্থেবাৰী কিহৰ বাবে বিখ্য়াত?

(ক) কাঁহ শিল্পৰ বাবে বিখ্য়াত

(খ) পিতলৰ শিল্পৰ বাবে বিখ্য়াত

(গ) বাঁহ-বেতৰ বাবে

উত্তৰঃ (ক) কাঁহ শিল্পৰ বাবে বিখ্য়াত

6. কামৰূপ জিলাৰ হাজো কিহৰ বাবে  বিখ্য়াত?

(ক) পিতলৰ শিল্পৰ বাবে

(খ) কাঁহৰ শিল্পৰ বাবে

(গ) বাঁহ- বেতৰ বাবে

উত্তৰঃ (ক) পিতলৰ শিল্পৰ বাবে

7. মাজুলী কি শিল্পৰ বাবে বিখ্য়াত?

(ক) মুখা-শিল্পৰ বাবে

(খ) কুটীৰ- শিল্পৰ বাবে

(গ) বাঁহ-বেতৰ শিল্পৰ বাবে

উত্তৰঃ (ক) মুখা-শিল্পৰ বাবে

8. _______-শিল্পত অসম চহকী।

(ক) গহনা

(খ) বয়ন

(গ) কাঁহ

উত্তৰঃ (ক) গহনা

9. গহনা শিল্পৰ ক্ষেত্ৰত যোৰহাট বিশেষভাৱে ______।

(ক) পিছপৰা

(খ) আগবঢ়া

(গ) এটাও নহয়।

উত্তৰঃ (খ) আগবঢ়া

10. বাঁহ-বেতৰ শিল্পৰ কেঁচামাল হৈছে _____________।

(ক) বাঁহ-বেত

(খ) মাটি

(গ) লো

উত্তৰঃ (ক) বাঁহ-বেত

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop