পাঠঃ- ৪
উৎপাদক আৰু গুণিতক
অনুশীলনী ৪(ক)
(১) তলৰ প্ৰতিটো সংখ্যাৰ উৎপাদকবোৰ উলিওৱা।
(ক) ৬
উত্তৰঃ- ৬ = ১ ৬
৬ = ৩ ২
∴ ৬ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৩, ৬
(খ) ৮
উত্তৰঃ- ৮ = ১ ৮
৮ = ২ ৪
∴ ৮ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৪, ৮
(গ) ১০
উত্তৰঃ- ১০ = ১ ১০
১০ = ২ ৫
∴ ১০ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৫, ১০
(ঘ) ১৬
উত্তৰঃ- ১৬ = ১ ১৬
১৬ = ২ ৮
১৬ = ৪ ৪
∴ ১৬ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৪, ৪, ৮, ১৬
(ঙ) ২০
উত্তৰঃ– ২০ = ১ ২০
২০ = ২ ১০
২০ = ৪ ৫
∴ ২০ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৪, ৫, ১০, ২০
(চ) ২৮
উত্তৰঃ- ২৮ = ১ ২৮
২৮ = ২ ১৪
২৮ = ৪ ৭
∴ ২৮ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৪, ৭, ১৪, ২৮
(ছ) ৩০
উত্তৰঃ- ৩০ = ১ ৩০
৩০ = ২ ১৫
৩০ = ৩ ১০
৩০ = ৫ ৬
∴ ৩০ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৩, ৫, ৬, ১০, ১৫, ৩০
(জ) ৩২
উত্তৰঃ- ৩২ = ১ ৩২
৩২ = ২ ১৬
৩২ = ৪ ৮
∴ ৩২ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৪, ৮, ১৬, ৩২
(ঝ) ৬০
উত্তৰঃ- ৬০ = ১ ৬০
৬০ = ২ ৩০
৬০ = ৩ ২০
∴ ৬০ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৩, ২০, ৩০, ৬০
(ঞ) ৭০
উত্তৰঃ- ৭০ = ১ ৭০
৭০ = ২ ৩৫
৭০ = ৫ ১৪
৭০ = ৭ ১০
∴ ৭০ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৫, ৭, ১০, ১৪, ৩৫, ৭০
(ট) ৭৩
উত্তৰঃ- ৭৩ = ১ ৭৩
∴ ৭৩ ৰ উৎপাদকবোৰ হ’ল = ১, ৭৩
(ঠ) ৮০
উত্তৰঃ- ৮০ = ১ ৮০
৮০ = ২ ৪০
৮০ = ৪ ২০
৮০ = ৫ ১৬
৮০ = ৮ ১০
∴ ৮০ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৪, ৫, ৮, ১০, ১৬, ২০, ৪০, ৮০
(ড) ৯১
উত্তৰঃ- ৯১ = ১ ৯১
৯১ = ৭ ১৩
∴ ৯১ ৰ উৎপাদকবোৰ হ’ল = ১, ৭, ১৩, ৯১
(ঢ) ৭৫
উত্তৰঃ- ৭৫ = ১ ৭৫
৭৫ = ৩ ২৫
৭৫ = ৫ ১৫
∴ ৭৫ ৰ উৎপাদকবোৰ হ’ল = ১, ৩, ৫, ১৫, ২৫, ৭৫
(ণ) ৩৭
উত্তৰঃ- ৩৭ = ১ ৩৭
∴ ৩৭ ৰ উৎপাদকবোৰ হ’ল = ১, ৩৭
(২) তলৰ সংখ্যাবোৰৰ উৎপাদক গছ আঁকা।
(ক) ৪৮
উত্তৰঃ-
(খ) ৬৪
উত্তৰঃ-
(গ) ৫৪
উত্তৰঃ-
(ঘ) ১০০
উত্তৰঃ-
(৩) (ক) ৩ সংখ্যাটো ৬৫ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা।
উত্তৰঃ- ৬৫ ÷ ৩ = ২১ বাকী ৰ’ল ২
৬৫ ক ৩ ৰে বাকী নোৰোৱাকৈ হৰণ কৰিব নোৱাৰি।
∴ ৩ সংখ্যাটো ৬৫ ৰ উৎপাদক নহয়।
(খ) ৭ সংখ্যাটো ৪৪৮ ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা।
উত্তৰঃ- ৪৪৮ ÷ ৭ = ৬৪
৪৪৮ ক ৭ ৰে বাকী নোৰোৱাকৈ হৰণ কৰিব পাৰি।
∴ ৭ সংখ্যাটো ৪৪৮ ৰ এটা উৎপাদক হয়।
(গ) ৭৫২ ৰ এটা উৎপাদক ১৬ হয় নে নহয় পৰীক্ষা কৰা।
উত্তৰঃ- ৭৫২ ÷ ১৬ = ৪৭
৭৫২ ক ১৬ ৰে বাকী নোৰোৱাকৈ হৰণ কৰিব পাৰি।
∴ ৭৫২ ৰ এটা উৎপাদক ১৬ হয়।
(৪) সাধাৰণ উৎপাদক উলিওৱা।
(ক) ২৭, ৩০
উত্তৰঃ- ২৭ = ১ ২৭
২৭ = ৩ ৯
∴ ২৭ ৰ উৎপাদকবোৰ হ’ল- ১, ৩, ৯, ২৭
আকৌ,
৩০ = ১ ৩০
৩০ = ২ ১৫
৩০ = ৩ ১০
৩০ = ৫ ৬
∴ ৩০ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৩, ৫, ৬, ১০, ১৫, ৩০
∴ ২৭ আৰু ৩০ ৰ সাধাৰণ উৎপাদকবোৰ হ’ল = ১, ৩
(খ) ৫৪, ৭২
উত্তৰঃ- ৫৪ = ১ ৫৪
৫৪ = ২ ২৭
৫৪ = ৩ ১৮
৫৪ = ৬ ৯
∴ ৫৪ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৩, ৬, ৯, ১৮, ২৭, ৫৪
আকৌ,
৭২ = ১ ৭২
৭২ = ২ ৩৬
৭২ = ৩ ২৪
৭২ = ৪ ১৮
৭২ = ৬ ১২
৭২ = ৮ ৯
∴ ৭২ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৩, ৪, ৬, ৮, ৯, ১২, ১৮, ২৪, ৩৬, ৭২
∴ ৫৪ আৰু ৭২ ৰ সাধাৰণ উৎপাদকবোৰ হ’ল = ১, ২, ৩, ৬, ৯, ১৮
(গ) ২৮, ৫৬
উত্তৰঃ- ২৮ = ১ ২৮
২৮ = ২ ১৪
২৮ = ৪ ৭
∴ ২৮ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৪, ৭, ১৪, ২৮
আকৌ,
৫৬ = ১ ৫৬
৫৬ = ২ ২৮
৫৬ = ৪ ১৪
৫৬ = ৭ ৮
∴ ৫৬ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৪, ৭, ৮, ১৪, ২৮, ৫৬
∴ ২৮ আৰু ৫৬ ৰ সাধাৰণ উৎপাদকবোৰ হ’ল = ১, ২, ৪, ৭, ১৪, ২৮
(ঘ) ৪০, ৬৪
উত্তৰঃ- ৪০ = ১ ৪০
৪০ = ২ ২০
৪০ = ৪ ১০
৪০ = ৫ ৮
∴ ৪০ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৪, ৫, ৮, ১০, ২০, ৪০
আকৌ,
৬৪ = ১ ৬৪
৬৪ = ২ ৩২
৬৪ = ৪ ১৬
৬৪ = ৮ ৮
∴ ৬৪ ৰ উৎপাদকবোৰ হ’ল = ১, ২, ৪, ৮, ১৬, ৩২, ৬৪
∴ ৪০ আৰু ৬৪ ৰ সাধাৰণ উৎপাদকবোৰ হ’ল = ১, ২, ৪, ৮
(৫) খালী ঠাই পূৰ কৰা।
উত্তৰঃ-
(ক) ১৮ ৰ আটাইতকৈ ডাঙৰ উৎপাদকটো ১৮ ।
(খ) ৫ ৰ ২ টা উৎপাদক আছে।
(গ) ৪০ ৰ আটাইতকৈ সৰু উৎপাদকটো ১ ।
(ঘ) ২৫ ৰ উৎপাদকৰ সংখ্যা ৩ টা।
(৬) সত্য নে অসত্য লিখা।
(ক) ১ সকলো সংখ্যাৰে উৎপাদক।
উত্তৰঃ- সত্য।
(খ) এটা সংখ্যাৰ অসংখ্য উৎপাদক থাকে।
উত্তৰঃ- অসত্য।
(গ) ৩, ২৭ ৰ উৎপাদক।
উত্তৰঃ- সত্য।
(ঘ) ৪, ৩৫ ৰ উৎপাদক নহয়।
উত্তৰঃ- সত্য।
(ঙ) ২ সংখ্যাটো যিকোনো সংখ্যাৰেই উৎপাদক।
উত্তৰঃ- অসত্য।